▶️ টিংখঙত অঘটন
ADVERTISEMENT
▶️ সৰোজিনী মাজগাঁৱত পলিঅ’ খাই মৃত্যু দুমহীয়া শিশুৰ।
▶️ সোমবাৰে দিনৰ ভাগত অসুস্থ শিশুটিক খোৱোৱা হৈছিল পলিঅ’।
▶️ নাৰ্ছ-অংগনৱাড়ী সহায়িকাৰ ভুলৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ অভিভাৱকৰ ৷
▶️ শিশুটি জগত ভূমিজ, ৰীণা ভূমিজৰ পুত্ৰ ৷