➡️ এক দেশ এক নির্বাচন’ বিধেয়কৰ প্ৰস্তাৱক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ ৷
➡️ সংসদৰ চলিত শীতকালীন অধিৱেশনতে উত্থাপন হ’ব এক দেশ এক নির্বাচন বিধেয়ক ৷
➡️ অহা সপ্তাহত লোকসভাত বিধেয়ক খন উত্থাপন হ’ব ৷
➡️ ১৩ আৰু ১৪ ডিচেম্বৰত উভয় সদনত বিজেপি সাংসদক সদনত উপস্থিত থকাৰ নিৰ্দেশ কেন্দ্ৰীয় নেতৃত্বৰ ৷
➡️সংসদৰ উভয় সদনৰ কংগ্ৰেছী সাংসদলৈ তিনি লাইন হুইপ জাৰি নেতৃত্বৰ ৷
➡️ বিধেয়ক গৃহীত হ’লেই একেলগে হ’ব লোকসভা আৰু বিধানসভা নির্বাচন ৷
➡️ এক দেশ এক নির্বাচন’ বিধেয়কলৈ পূৰ্ণ সমৰ্থন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷
