- ঘন কুঁৱলীৰ বাবে কে’বাখনো ৰে’লৰ চলাচল বাতিল
- বাতিল কৰা হৈছে কামাখ্যা-গয়া এক্সপ্রেছ, কামাখ্যা-আনন্দ বিহাৰ টার্মিনেল এক্সপ্ৰেছ, ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্রেছ
- ইয়াৰ লগতে সাপ্তাহিক নর্থ-ইষ্ট এক্সপ্রেছ আৰু মহানন্দ এক্সপ্ৰেছৰ সেৱা দুদিনলৈ সাময়িকভাৱে বন্ধ কৰা হৈছে
- এদিনলৈ সাময়িকভাৱে বন্ধ কৰিছে দিল্লী-নিউ জলপাইগুড়ি এক্সপ্ৰেছ আৰু অবোধ আছাম এক্সপ্রেছ
ৰে’লেৰে যাত্ৰা কৰাৰ কথা ভাবিছে নেকি! তেন্তে বাতিল হ’ব পাৰে আপোনাৰ যাত্ৰা
ঘন কুঁৱলীৰ বাবে কে'বাখনো ৰে'লৰ চলাচল বাতিল
