Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Special amendment to the voter list of Kamrup: কামৰূপ জিলাৰ ১৩ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ সূচী প্ৰকাশ

publisher by publisher
December 13, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Special amendment to the voter list of Kamrup: কামৰূপ জিলাৰ ১৩ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত খচৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ সূচী প্ৰকাশ
2
SHARES
22
VIEWS
ShareShareShareShare

কামৰূপৰ জিলা আয়ুক্তই অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি যোৱা ১১ ডিচেম্বৰত কামৰূপ জিলাৰ অধীনৰ ১৩ টা উন্নয়ন খণ্ডৰ বাবে খচৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ নিৰ্দেশ জাৰি কৰি ইয়াৰ সূচী প্ৰকাশ কৰিছে। এই ১৩ টা উন্নয়ন খণ্ড হ’ল ক্ৰমে বেজেৰা, বিহদিয়া জাজিকোণা, বকো, বনগাঁও, ছমৰীয়া, ছয়ানীৰাণী, ছয়গাঁও মা চণ্ডিকা, গৰৈমাৰী, হাজো, কমলপুৰ, ৰামপুৰ, ৰঙিয়া আৰু শুৱালকুছি।

ADVERTISEMENT

এই সূচীত উল্লেখ থকা অনুসৰি ১১ ডিচেম্বৰত খচৰা ভোটাৰ তালিকাৰ প্ৰকাশৰ পিছত দাবী আৰু আপত্তি দাখিলৰ সময় ১৪ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰৰলৈ নিৰ্ধাৰণ কৰা হৈছে। ২২ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত উক্ত দাবী আৰু আপত্তি নিষ্পত্তিকৰণ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু ২৮ ডিচেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। উক্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত ইচ্ছুক নাগৰিকসকলে নিজ নিজ দাবী-আপত্তি সমূহ দাখিল কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অৰ্ন্তভুক্তিৰ বাবে প্ৰ-পত্ৰ (ক) , ভোটাৰ তালিকাৰ পৰা নাম কৰ্ত্তন বা অৰ্ন্তভুক্তিত আপত্তি কৰণৰ বাবে প্ৰ-পত্ৰ (খ) আৰু ভোটাৰ তালিকাৰ তথ্যৰ শুধৰণিৰ বাবে প্ৰ-পত্ৰ (গ) ৰ জৰিয়তে আৱেদন দাখিল কৰিব পাৰিব। উল্লেখ্য যে জিলাখনৰ সৰ্ব্বমুঠ ১৩৯ গাঁও পঞ্চায়তত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১৫৩৮ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ১১৮৮২৭৮ গৰাকী।

RelatedPosts

Fir Filed :বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছ সহ বিৰোধী ঐক্যৰ

SR:মঙলবাৰৰ পৰা অসমত আৰম্ভ হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন

Supreme Court:ভোটাৰ তালিকা চূড়ান্ত হ’লেও অনিয়ম ধৰা পৰিলে বাতিল হ’ব

ইয়াৰে ৫৯৪৯০৯ গৰাকী পুৰুষ, ৫৯৩৩৩৪ গৰাকী মহিলা আৰু ৩৫ গৰাকী অন্যান্য। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে কামৰূপ জিলাৰ অধীনস্থ ২৪ টা জিলা পৰিষদ সমষ্টিৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াটো নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে আয়োগৰ দ্বাৰা অনুমোদিত মুঠ ২৪ জন ৰাজপ্ৰত্ৰিত বিষয়াক সংশ্লিষ্ট নিৰ্বাচক পঞ্জীয়ণ বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে আৰু তেওঁলোকক সহায় কৰাৰ বাবে সমষ্টি ভিত্তিক ৩৮ গৰাকী সহঃপঞ্জীয়ন বিষয়া হিচাবে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে কামৰূপ জিলাৰ ১৩ টা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনত থকা ২৪ টা জিলা পৰিষদ সমষ্টিৰ ৩ নং নগৰবেৰা ছমৰীয়া সত্ৰ জিলা পৰিষদৰ অধীনত মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ৫ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৫৭ টা। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৪,৯১৫ গৰাকী । ইয়াৰে ২২,৯১২ গৰাকী পুৰুষ, ২২,০০৩ গৰাকী মহিলা। ৬ নং বনগাওঁ জিলা পৰিষদৰ অধীনত মুঠ গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৭৬ টা।

সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬০৬০১ গৰাকী । ইয়াৰে ২৯৯২৯ গৰাকী পুৰুষ, ৩০,৬৭১ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য। ২ নং বেকেলি জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৫ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৫১ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩৯৯১৭ গৰাকী। ইয়াৰে ১৯৪৭৩ গৰাকী, পুৰুষ ২০৪৪২ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। ১ নং বকো জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়ত সংখ্যা ৬ টা, মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৬ টা। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৮৫৯১ গৰাকী । ইয়াৰে ২৩৫৯০ গৰাকী পুৰুষ, ২৫০০০ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য।

গৰৈমাৰী জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৫ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৬ টা। মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬৮২৮৫ গৰাকী। ইয়াৰে ৩৪১৮৩ গৰাকী পুৰুষ, ৩৪১০০ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। মাহটোলী জিলা পৰিষদৰ অধীনত ৪টা গাঁও পঞ্চায়ত, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৪টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬৩৯৩০ গৰাকী । ইয়াৰে ৩২৭৯৬ গৰাকী পুৰুষ, ৩১১৩৩ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য। পূৱ ছমৰীয়া জিলা পৰিষদৰ অধীনত ৬ টা গাঁও পঞ্চায়ত, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬০ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫১২০৭ গৰাকী। ইয়াৰে ২৬১৮৮ গৰাকী পুৰুষ, ২৫০১৭ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য।

সোনতলী টুপামাৰী জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৪ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৪৩ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৩৩৭৮ গৰাকী। ইয়াৰে ২২২৬৭ গৰাকী পুৰুষ, ২১১০৯ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। ১৩ নং শুৱালকুছি জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৯ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৯৪ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬৭৮৫৪ গৰাকী। ইয়াৰে ৩৩০৭৩ গৰাকী পুৰুষ, ৩৪৭৮০ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য। ১ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৩ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৩৯ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩৩৪৪৫ গৰাকী। ইয়াৰে ১৬৬৬১ গৰাকী পুৰুষ আৰু ১৬৭৮৪ গৰাকী মহিলা।

২ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৪ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৫৩ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৮২৯৭ গৰাকী। ইয়াৰে ২৪৮০৫ গৰাকী পুৰুষ, ২৩৪৯০ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬২ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪২১১৭ গৰাকী। ইয়াৰে ২১১২১ গৰাকী পুৰুষ, ২০৯৯৪ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। বেজেৰা শিঙাৰপাৰা জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৮ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৮৪৪৫ গৰাকী। ইয়াৰে ২৪৪৩৪ গৰাকী পুৰুষ, ২৪০০৮ গৰাকী মহিলা আৰু ৩ গৰাকী অন্যান্য।

বিহদিয়া জাজিকোনা জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৭ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৭০ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫১০৭৪ গৰাকী। ইয়াৰে ২৫৯১৪ গৰাকী পুৰুষ, ২৫১৬০ গৰাকী মহিলা। কমলপুৰ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়ত সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬১ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৪৩৩৬ গৰাকী। ইয়াৰে ২২১৫৩ গৰাকী পুৰুষ আৰু ২২১৮৩ গৰাকী মহিলা। শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৫ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৫৫ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩৮৩৯৫ গৰাকী। ইয়াৰে ১৮৮৪১ গৰাকী পুৰুষ, ১৯৫৫২ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য।

বৰদুৱাৰ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৪ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৪৪ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৩১১৬৫ গৰাকী। ইয়াৰে ১৫১৯৪ গৰাকী পুৰুষ, ১৫৯৬৯ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। ছয়নীৰাণী জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৭ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৯ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫৫৯৬৩ গৰাকী। ইয়াৰে ২৭৫২৮ গৰাকী পুৰুষ, ২৮৪৩৪ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য। ছয়গাওঁ দক্ষিন সৰু বংশৰ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৭ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৭৮ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫১৪৩৯ গৰাকী। ইয়াৰে ২৫৩৭৭ গৰাকী পুৰুষ, ২৬০৬১ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য।

ৰামপুৰ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৯ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৯৮ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬৭৯৯০ গৰাকী। ইয়াৰে ৩৩২৫৭ গৰাকী পুৰুষ, ৩৪৭৩১ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। হৰদত্ত বীৰদত্ত জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৭ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৭৪ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৫০৫৩৩ গৰাকী। ইয়াৰে ২৫৫৩৯ গৰাকী পুৰুষ, ২৪৯৯২ গৰাকী মহিলা আৰু ২ গৰাকী অন্যান্য। পাণ্ডুৰী জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬০ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৫৮৩৮ গৰাকী।

ইয়াৰে ২৩৩৭১ গৰাকী পুৰুষ আৰু ২২৪৬৭ গৰাকী মহিলা। বড়িগোগ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৩ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪৭৭৩৪ গৰাকী। ইয়াৰে ২৪৫০৬ গৰাকী পুৰুষ, ২৩২২৩ গৰাকী মহিলা আৰু ৫ গৰাকী অন্যান্য। পূৱপাৰ জিলা পৰিষদৰ অধীনত গাঁও পঞ্চায়তৰ সংখ্যা ৬ টা, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬৩ টা, মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪২৮৩২ গৰাকী। ইয়াৰে ২১৭৯৭ গৰাকী পুৰুষ, ২১০৩৪ গৰাকী মহিলা আৰু ১ গৰাকী অন্যান্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kamrup (R) AdministrationSpecial amendmentVoter List
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d