Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indo-Bangladesh Border Visit Lurinjyoti Gogoi:দঃ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাৰত আৰু বাংলাদেশৰ উন্মোক্ত সীমান্ত এলেকা পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

publisher by publisher
August 12, 2024
in Uncategorized
Reading Time: 2 mins read
0
Indo-Bangladesh Border Visit Lurinjyoti Gogoi:দঃ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাৰত আৰু বাংলাদেশৰ উন্মোক্ত সীমান্ত এলেকা পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Indo-Bangladesh Border Visit Lurinjyoti Gogoi:

ADVERTISEMENT

অসম জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দলে আজি দঃ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কালোঘাট গাঁৱৰ নিকটৱৰ্তী আন্তঃৰাষ্ট্ৰীয় সীমা এলেকা পৰিদৰ্শন কৰে । সীমান্ত পৰিদৰ্শন কৰি লুৰিনজ্যোতি গগৈয়ে সংবাদ মাধ্যমত কয়,সীমান্ত ছীল কৰি অনুপ্ৰৱেশ আৰু অবৈধ সৰবৰাহ বন্ধ কৰিব লাগে বুলি অসমবাসী ৰাইজে কেইবা দশক ধৰি দাবী কৰি আহিছে। বিজেপি চৰকাৰেও সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰি ৰখা বুলি কৈ আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভাত দৃঢ়তাৰে ঘোষণা কৰিছিল যে তেওঁলোকৰ চৰকাৰে সীমান্তত এনে ব্যৱস্থা কৰিছে যে বাংলাদেশৰ পৰা চৰাই এটাও আহি সোমাব নোৱাৰে।. কিন্তু আমি আজি সীমান্তলৈ আহি যি দোখিলো, সেয়া বিস্ময়কৰ। আমি দেখিলো যে কালো নৈৰ দলঙৰ তলত বিস্তৃত এলেকা উন্মোক্ত হৈ আছে।

এই ঠাই মানকাচৰ চহৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত অৱস্থিত। চহৰৰ শ্বাহাপাৰাতে এটা বি এছ এফৰ শিবিৰ আছে। তাৰ পৰাও এই ঠাইৰ দূৰত এক-ডেৰ কিলোমিটাৰ হ’ব। চহৰৰ গাতে লাগি থকা নৈ এলেকাৰ সীমান্তৰ যদি এই অৱস্থা, তেনেহ’লে দূৰৱৰ্তী স্থানত কি অৱস্থা হ’ব পাৰে ভাৱক।

স্থানীয় ৰাইজে জনোৱা মতে, অকল মানকাচৰৰ ওচৰতে এনে ৬টা ঠাই আছে য’ত সীমান্ত উন্মোক্ত হৈ আছে। এনে উন্মোক্ত এলেকাৰে মানুহ আৰু পশুধনৰ অবৈধ অহা-যোৱা হৈ থাকে, ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ সামগ্ৰীৰো বেহা চলে। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিবলৈ দাবী জনাইছিলো। চৰকাৰেও কঠোৰ পহৰাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আছে।

কিন্তু আমাক স্থানীয় ৰাইজে জনোৱা মতে সেই ঠাইত বি এছ এফৰ লোকে নিয়মীয়া পহৰা দিয়া ৰাইজে দেখা নাই। আমি বিষয়টো ৰাজহুৱাকৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলো আৰু সীমান্তৰ পহৰা কটকটীয়া কৰাৰ লগতে সীমান্ত ছীলৰ ব্যৱস্থা তৎকালীনভাৱে কৰিবলৈ দাবী জনালো।‌

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indo-Bangladesh Border Visit Lurinjyoti GogoiSouth Salmara-Mancachar
publisher

publisher

Related Posts

নেপালৰ বিপৰ্যয়ৰ মাজতে বিশ্বৰ বৃহত্তম হিমবাহে আনিছে অশনি সংকেত
Uncategorized

September 1, 2026
পাৱাৰলিফটিং ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ নগাঁৱৰ মনোজ কলিতাৰ

নগাঁও জিলাৰ বিভিন্ন ঠাইত চাৰিশৰীয়া ঘাইপথৰ মাজত প্ৰকাণ্ড প্রকাণ্ড গাঁত

মিলি গ’ল বাইবেলৰ বৰ্ণনা, দুহেজাৰ বছৰৰ পাছত ওলাল যীশুৰ কবৰ

August 30, 2026
মহাকাশৰ পৰা খহি পৰা ধাতুৰে তৈয়াৰী অলংকাৰ পৰিধান কৰিছিল

পাঁচ মাহে থাকে পানীৰ মাজত, পাঠদান চলে মন্দিৰ-লোকৰ ঘৰত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d