শীতকালত শৰীৰটো কেনেদৰে গৰম কৰি ৰাখিব ?

আমি আপোনালোকলৈ লৈ আহিছো এনে কিছু বিশেষ টিপছ যাৰ জৰিয়তে আমি আমাৰ শৰীৰটো গৰম কৰি ৰাখিব পাৰো ।

Capture 7

শীতকালত আমাৰ শৰীৰটোক অলপ এক্সট্ৰা কেয়াৰৰ প্ৰয়োজন হয় । শীতকালত ঠাণ্ডা বতাহে আমাৰ ছাল, চুলিসমূহ ৰুক্ষ কৰি তোলে । লগতে ঠাণ্ডাৰ বাবে আমাৰ শৰীৰত পানীৰ পৰিমান প্ৰয়োজনতকৈ কম হোৱাৰ ফলত ডিহাইড্ৰেশ্যন হয় । আনহাতে শীতকালত শৰীৰটো গৰম কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় ।

আমি আপোনালোকলৈ লৈ আহিছো এনে কিছু বিশেষ টিপছ যাৰ জৰিয়তে আমি আমাৰ শৰীৰটো গৰম কৰি ৰাখিব পাৰো ।

Exit mobile version