মেষ: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব । শৰীৰ বেয়া নাযাব। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
বৃষ: দিনৰ ১২ বজাৰ পাছত মনটো কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
মিথুন: কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি ৰাখিব। আর্থিক বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা বৃদ্ধি পাব। শুভ ৰং বগা। শুভ সংখ্যা ২।
কর্কট: ব্যৱসায়ত মধ্যম। শাৰীৰিক দিশত দুৰ্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
সিংহ: পুৱাৰ ভাগত মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰাপক্ষত স্পষ্টবাদী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ১।
কন্যা: একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কর্ম স্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব। প্রেমত বাধা। ঘৰুৱাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
তুলা: দিনটো বৰ উন্নত নহ’ব পাৰে। কোনো কাৰণত মন বেয়া হ’ব পাৰে। দুশ্চিন্তা নকৰাই ভাল। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
বৃশ্চিক: আর্থিকত বাধা নাপাব। শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব । বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা-৬।
ধনুঃ ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৭।
মকৰ : শৰীৰ প্ৰায় অনুকূল। বিদ্যাত যত্নবান হওক। অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিকত শুভ ফল পাব। ব্যৱসায়ত মধ্যম উন্নতি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।
কুম্ভ: কর্মক্ষেত্ৰত বাধা আহিব পাৰে। আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
মীন: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান। শুভ ৰং নীলা। শুভ সংখ্যা ২।