School Education Dept : শ্ৰেণী কোঠাত নাথাকি ব্যক্তিগত কামত ঘূৰি ফুৰা শিক্ষকলৈ কঠোৰ নিৰ্দেশনা

%E0%A6%BE%E0%A7%8D%E0%A6%B9%E0%A6%AE%E0%A7%8B%E0%A7%82%E0%A6%97%E0%A6%A6%E0%A6%B2

School Education Dept :

শ্ৰেণী কোঠাত নাথাকি ব্যক্তিগত কামত ঘূৰি ফুৰা শিক্ষকলৈ কঠোৰ নিৰ্দেশনা ৷ এই নিৰ্দেশনা জাৰি বিদ্যালয় শিক্ষা বিভাগৰ সচিবৰ ৷

এই নির্দেশনা অনুসৰি পাঠদানৰ সময়ছোৱাত কোনো শিক্ষকে এতিয়াৰে পৰা কোনো কার্যালয়লৈ যাব নোৱাৰিব ৷ অৱশ্যে বিদ্যালয় ছুটীৰ পাছত কাৰ্যালয়লৈ যোৱাত নাই কোনো বাধা।

উল্লেখ্য যে উদ্থাপিত অভিযোগ অনুসৰি একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে শ্রেণী কোঠা এৰি শিক্ষা সঞ্চালকালয়,ব্লক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু অসম সচিবালয়ত দি ফুৰিছিল টহল ৷ যাৰবাবে অৱশেষত এই নির্দেশনা বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰে ৷

Exit mobile version