CM Reaction:
➡️ কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ৷
➡️ অসম কংগ্রেছৰ নেতাসকলে গুৱাহাটীত এক নেতিবাচক পৰিৱেশ ৰচনাৰ কু-অভিসন্ধি কৰি আছে।
➡️ তেওঁলোকৰ মাজত কোন শ্রেষ্ঠ নেতা হ’ব, তাৰ এক প্রতিযোগিতা চলিছে |
➡️ এই প্রতিযোগিতাত নিজক প্রতিপন্ন কৰাৰ যুঁজত গুৱাহাটীবাসীক ব্যৱহাৰ কৰাৰ চক্রান্ত কৰি আছে।
➡️ আমি সকলো নেতিবাচক অভিপ্রায়ক প্রতিহত কৰিবলৈ প্রতিশ্রুতিবদ্ধ।
➡️ গুৱাহাটীত তেওঁলোকে গুলীচালনা হোৱাটো বিচাৰিছে ৷
➡️ অসম অশান্ত কৰিব বিচাৰিছে কংগ্ৰেছে |
➡️ প্ৰতিবাদ কৰাটো ৰাজনৈতিক দলৰ কাম নহয় , আন্দোলন হয় বেলতত ৷
➡️ কংগ্ৰেছে মহানগৰীত গণ্ডগোল হোৱাটো বিচাৰি আছে গতিকে আমিও চাম গণ্ডগোল যাতে নহয় ৷
➡️ নগাঁৱত এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷