- অব্যাহত আছে চোৰাং চিকাৰী বিৰোধী অভিযান
- শনিবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান
- ভাৰত-ভূটান সীমান্তৰ ১ নম্বৰ ডোঙাৰ গাঁৱত অভিযান চলাই দলদ্বয়ে এটা হাতীৰ দাঁত, দুটা হস্তনিৰ্মিত বন্দুক জব্দ কৰে
ADVERTISEMENT

- লগতে আটক কৰে সিংৰাই হাচদা, চনু হেম্বৰম, বাবুৰাম চৰেণ নামৰ তিনি চোৰাং চিকাৰীক
- সম্প্ৰতি আৰক্ষীয়ে তিনি চোৰাং চিকাৰীক জেৰা অব্যাহত ৰাখিছে