- নগাঁৱৰ কন্দলী আদর্শ গাঁৱত মৃত অৱস্থাত উদ্ধাৰ বন্যহস্তী
- পুৱাতে পথাৰলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃত হাতীটো
- গঞাই খবৰ দিয়ে বন বিভাগক
- গঞাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক
- বন বিভাগে সন্দেহ কৰা মতে প্ৰাকৃতিক কাৰণত মৃত্যু হৈছে বন্যহস্তীটো
- তথাপিও বন বিভাগে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত
- বৃহত্তৰ কন্দলী অঞ্চলত বন্যহস্তীয়ে নিশা হ’লেও চলায় উপদ্ৰৱ
ADVERTISEMENT





























