Delhi schools directed to identify illegal Bangladeshi migrant students:
➡️ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী আতিশীৰ ৷
➡️ দিল্লীৰ বিদ্যালয়ত নিষিদ্ধ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ৷
➡️ দিল্লীৰ বিদ্যালয়ত নিষিদ্ধ ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীৰো ৷
➡️ বিদ্যালয়ত নামভৰ্তিৰ পূৰ্বে নতুন শিক্ষাৰ্থীৰ প্ৰ-পত্র পৰীক্ষা কৰা হ’ব তন্নতন্নকৈ ৷
➡️ পৰীক্ষণত ধৰা পৰিলেই আইনগত ব্যৱস্থা ল’ব দিল্লী চৰকাৰে ৷