Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bhutanese oranges are abundant in the Barma market:বৰমা বজাৰত উভৈনদী ভূটানৰ কমলা

মিঠা আৰু সোৱাদযুক্ত বাবে ব্যাপক চাহিদা

publisher by publisher
December 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Bhutanese oranges are abundant in the Barma market:বৰমা বজাৰত উভৈনদী ভূটানৰ কমলা
2
SHARES
21
VIEWS
ShareShareShareShare

Bhutanese oranges are abundant in the Barma market:

বাকসা জিলাৰ অন্যতম সাপ্তাহিক বৰমা বজাৰ এতিয়া ৰসাল আৰু মিঠা কমলা টেঙাৰে ভৰপুৰ। প্ৰতি বজাৰে বজাৰে বিক্ৰী হৈছে কেবা কুইণ্টলকৈ কমলা। প্রতি বছৰে কমলা কিনিবলৈ দূৰ-দূৰণিৰ পৰা অহা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে বৰমা বজাৰত। শীতকালত ৰ’দ পুৱাই কমলা খোৱাৰ আমেজেই সুকীয়া। বৰমা বজাৰৰ কমলা সমুহ আহিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নামলাঙৰ পৰা। নামলাঙৰ ওচৰ অসম সীমান্তৱর্তী দাওধাৰাত গঢ়ি উঠিছে এখন বিখ্যাত কমলা বজাৰ।

ADVERTISEMENT

এই বজাৰত ভুটানৰ ব্যৱসায়ীসকলে কমলা আনি অসমৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰি যায়। তাৰ পৰাই বিভিন্ন ঠাইৰ ব্যৱসায়ীসকলে কমলা আনি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰে।

RelatedPosts

Liquor ban in Baska and Tamulpur:বাক্সা আৰু তামুলপুৰত সুৰা নিষিদ্ধ ঘোষণা

Drinking Water Crisis in Rural Areas of the State:পুৱতি নিশাৰে পৰা কে’বাঘণ্টা শাৰী পাতি পানী সংগ্ৰহ কৰিব লাগে গঞাই

Humen – Elephant Conflict In Creases In Baksa:বাক্সাত হাতী মানুহৰ সংঘাত বৃদ্ধি

bhutan 2 1আন্তঃৰাষ্ট্ৰীয় বজাৰত আছে ভুটানৰ কমলাৰ এক বিশেষ স্থান। ভূটানৰ কমলা বৰ মিঠা আৰু সোৱাদযুক্ত। এই কমলাৰ সোৱাদ লবলৈ বৰমা বজাৰত ভিৰ কৰে গ্ৰাহকে। ভুটানৰ কমলাৰ দাম বেচি হলেও গ্রাহকে ক্রয় কৰে। পোণ হিচাপত বিক্রী কৰে কমলাসমূহ। দাওধাৰাত এপোন (৮০ টা) কয়লাৰ ভাগ ৫০০ টকা। বৰমা বজাৰত হয় ৭০০-৮০০ টকা। দর্জন হিচাপত ১৫০ টকা। কমলা ব্যবসায়ীসকলে কোৱা মতে এই ব্যৱসায় মাত্র তিনিমাহৰ।

আঘোণ-পুহ আৰু মাঘতহে কমলাৰ ব্যৱসায় ভাল। এই তিনিমাহত আমাৰ উপাৰ্জন ভাল। এনেদৰেই আমি পৰিয়াল পোহপাল দি আছে। চিমলাৰ ওচৰৰ দাওধাৰাৰ কমলা বজাৰৰ পৰা কোকৰাঝাৰ, ধুবুৰী, গুৱাহাটী, নলবাৰী, বৰপেটা, বাকসাৰ ব্যৱসায়ীয়ে কমলা লৈ যায়। এই দাওধাৰাতে এতিয়া গঢ় লৈ উঠিছে কমলাৰ এখন ডাঙৰ পাইকাৰী বজাৰ। বৰ্তমান শীতকালৰ লগে লগে ভূটানৰ ৰসাল কমলাৰে ভৰি পৰিছে সীমান্তৰ এই বজাৰখন। তাৰ সমান্তৰালকৈ বাকসাৰ বৰমা বজাৰত উভেনদী হৈছে ভূটানৰ কমলা। ইয়াৰ লগতে বাকসাৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উপলব্ধ হৈছে ভূটানৰ পৰা ৰপ্তানি কৰা কমলা।

প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ আহে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এইসমূহ কমলা। যাৰ বাবে বজাৰত কমলা ক্ৰয় কৰিবলৈ গ্রাহকেও হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে। যিয়ে এবাৰ এই কমলাৰ সেৱাদ লৈছে তেওঁ পাহৰিব নোৱাৰে। তথ্য মতে,অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশ আৰু অন্য বহু দেশলৈ পূৰ্বৰে পৰা ৰপ্তানি হৈ আহিছে ভুটানৰ এই কমলা টেঙা ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: abundantBarma marketBASKABhutanese oranges
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d