Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhutanese oranges are abundant in the Barma market:বৰমা বজাৰত উভৈনদী ভূটানৰ কমলা

মিঠা আৰু সোৱাদযুক্ত বাবে ব্যাপক চাহিদা

publisher by publisher
December 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bhutanese oranges are abundant in the Barma market:বৰমা বজাৰত উভৈনদী ভূটানৰ কমলা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

India Bhutan Friendship Mela:আজিৰেপৰা বাক্সাৰ সুৱণখাটাত ৭৪ সংখ্যক সুৱণখাটা মাঘ মেলা আৰু ১৪ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা 

Himanta Biswa Sarma:মই পদত্যাগ কৰিলে ৫০শতাংশ প্ৰতিবাদ কমি যাব,গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে এশ শতাংশ প্ৰতিবাদ কমি যাব,এই প্ৰতিবাদ জুবিন গাৰ্গক ন্যায় দিবৰ বাবে নহয় :মুখ্যমন্ত্ৰী

Baska Situation:ক্ৰমাৎ অগ্নিগৰ্ভা পৰিস্থিতি বাকসাত

Bhutanese oranges are abundant in the Barma market:

বাকসা জিলাৰ অন্যতম সাপ্তাহিক বৰমা বজাৰ এতিয়া ৰসাল আৰু মিঠা কমলা টেঙাৰে ভৰপুৰ। প্ৰতি বজাৰে বজাৰে বিক্ৰী হৈছে কেবা কুইণ্টলকৈ কমলা। প্রতি বছৰে কমলা কিনিবলৈ দূৰ-দূৰণিৰ পৰা অহা ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে বৰমা বজাৰত। শীতকালত ৰ’দ পুৱাই কমলা খোৱাৰ আমেজেই সুকীয়া। বৰমা বজাৰৰ কমলা সমুহ আহিছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নামলাঙৰ পৰা। নামলাঙৰ ওচৰ অসম সীমান্তৱর্তী দাওধাৰাত গঢ়ি উঠিছে এখন বিখ্যাত কমলা বজাৰ।

ADVERTISEMENT

এই বজাৰত ভুটানৰ ব্যৱসায়ীসকলে কমলা আনি অসমৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰি যায়। তাৰ পৰাই বিভিন্ন ঠাইৰ ব্যৱসায়ীসকলে কমলা আনি অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত আছে ভুটানৰ কমলাৰ এক বিশেষ স্থান। ভূটানৰ কমলা বৰ মিঠা আৰু সোৱাদযুক্ত। এই কমলাৰ সোৱাদ লবলৈ বৰমা বজাৰত ভিৰ কৰে গ্ৰাহকে। ভুটানৰ কমলাৰ দাম বেচি হলেও গ্রাহকে ক্রয় কৰে। পোণ হিচাপত বিক্রী কৰে কমলাসমূহ। দাওধাৰাত এপোন (৮০ টা) কয়লাৰ ভাগ ৫০০ টকা। বৰমা বজাৰত হয় ৭০০-৮০০ টকা। দর্জন হিচাপত ১৫০ টকা। কমলা ব্যবসায়ীসকলে কোৱা মতে এই ব্যৱসায় মাত্র তিনিমাহৰ।

আঘোণ-পুহ আৰু মাঘতহে কমলাৰ ব্যৱসায় ভাল। এই তিনিমাহত আমাৰ উপাৰ্জন ভাল। এনেদৰেই আমি পৰিয়াল পোহপাল দি আছে। চিমলাৰ ওচৰৰ দাওধাৰাৰ কমলা বজাৰৰ পৰা কোকৰাঝাৰ, ধুবুৰী, গুৱাহাটী, নলবাৰী, বৰপেটা, বাকসাৰ ব্যৱসায়ীয়ে কমলা লৈ যায়। এই দাওধাৰাতে এতিয়া গঢ় লৈ উঠিছে কমলাৰ এখন ডাঙৰ পাইকাৰী বজাৰ। বৰ্তমান শীতকালৰ লগে লগে ভূটানৰ ৰসাল কমলাৰে ভৰি পৰিছে সীমান্তৰ এই বজাৰখন। তাৰ সমান্তৰালকৈ বাকসাৰ বৰমা বজাৰত উভেনদী হৈছে ভূটানৰ কমলা। ইয়াৰ লগতে বাকসাৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উপলব্ধ হৈছে ভূটানৰ পৰা ৰপ্তানি কৰা কমলা।

প্ৰতি বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ আহে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এইসমূহ কমলা। যাৰ বাবে বজাৰত কমলা ক্ৰয় কৰিবলৈ গ্রাহকেও হেতা-ওপৰা কৰা পৰিলক্ষিত হৈছে। যিয়ে এবাৰ এই কমলাৰ সেৱাদ লৈছে তেওঁ পাহৰিব নোৱাৰে। তথ্য মতে,অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বাংলাদেশ আৰু অন্য বহু দেশলৈ পূৰ্বৰে পৰা ৰপ্তানি হৈ আহিছে ভুটানৰ এই কমলা টেঙা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: abundantBarma marketBASKABhutanese oranges
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d