Golakganj thana: হত্যাকাৰীক ফাঁচীৰ দাবীত গোলকগঞ্জত মৃতদেহ লৈ সহস্ৰাধিকৰ সমদল: সমদলকাৰীৰে আৰক্ষীৰ ঠেলাহেঁচা খণ্ড যুদ্ধ

গাঁও খনত এক ঘৰুৱা কাজিয়াৰ পৰিণতিত লক্ষীমাৰী মজলীয়া ইংৰাজী বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰ তেঁৱৰ পুত্ৰ ইনজামামুল সৰকাৰ আৰু ভাগিন ৰেজ্জাক তালুকদাৰ ২৫ ডিচেম্বৰৰ নিশা অতৰ্কিতে মিৰাজুল ইছলামৰ ঘৰত প্ৰৱেশ কৰি ডেগাৰেৰে খপিয়ায়। মিৰাজুলক বচাবলৈ পত্নী আমিনা বিবি আৰু ভাতৃ সাহাজুল ইছলাম আগবাঢ়ি যোৱাত সিহঁতকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰে

WhatsApp Image 2025 01 01 at 18.03.59
Exit mobile version