Road accident: ট্ৰাকত খুন্দিয়ালে অনিয়ন্ত্ৰিত বলেৰ’ বাহন, থিতাতে মৃত্যু এজনৰ

ট্ৰাকত খুন্দিয়ালে অনিয়ন্ত্ৰিত বলেৰ’ বাহন, থিতাতে মৃত্যু এজনৰ

পথ দুৰ্ঘটনা

পথ দুৰ্ঘটনা

-নৱবৰ্ষৰ দিনটোত ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনা
-জিলাখনৰ ডিটকচড়াত নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দিয়াই এখন বলেৰ’ বাহন
-এই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল বাপ্পু লস্কৰ এজনৰ
-শিলচৰৰ পৰা হাফলং অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা
-লগতে গুৰুতৰভাৱে আহত হয় ৪ জন
-আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে

Exit mobile version