Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

    অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ

    Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক

    Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

    দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

    দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Terror of Leopards in Amulapatty : নগাঁও চহৰৰ আমোলাপট্টিত বিল্ডিঙৰ ওপৰ মহলাৰ গা-ধোৱা ঘৰত হঠাৎ ওলাল বাঘ

বাঘৰ সন্ধান নোলোৱাত আতংকিত ৰাইজ, বাট-পথ জনশূন্য ,বিদ্যালয় বন্ধ ঘোষণা ,আৰক্ষীৰ পহৰা

publisher by publisher
January 2, 2025
in India, Assam, News
Reading Time: 1 min read
0
Terror of Leopards in Amulapatty : নগাঁও চহৰৰ আমোলাপট্টিত বিল্ডিঙৰ ওপৰ মহলাৰ গা-ধোৱা ঘৰত হঠাৎ ওলাল বাঘ
1
SHARES
10
VIEWS
ShareShareShareShare

Terror of Leopards in Amulapatty :

বহু দূৰলৈ কোনো ধৰণৰ হাবি-জংঘল নথকা সত্ত্বেও নগাঁও চহৰৰ ঘন জনবসতিপূর্ণ আমোলাপট্টিৰ এটা বাসগৃহৰ ওপৰ মহলাৰ অৰ্ধনিৰ্মিত হৈ থকা গা-ধোৱা ঘৰত বাঘৰ উপস্থিতিয়ে ৰাইজক আশ্চর্য আৰু আতংকিত কৰি তোলে। নিশা বাতৰি লিখা পৰলৈকে সমগ্ৰ অঞ্চলটোত এই আতংক অব্যাহত আছে। তাৰ পৰিণতিত আমোলাপট্টিৰ ৰাজপথ প্ৰায় জনশূন্য হৈ পৰে। ৰাইজৰ বাবে ভয়ৰ কাৰণ অধিক বৃদ্ধি হোৱাৰ মূলতে হ’ল সম্প্রতি বাঘটোৱে ক’ত আশ্ৰয় লৈ আছে, তাৰ সন্ধান ওলোৱা নাই।

ADVERTISEMENT

উল্লেখ্য যে আমোলাপট্টিৰ কমলানন্দ পথৰ মঞ্জুল কলিতা নামৰ এজন লোকৰ ঘৰৰ ওপৰ মহলাৰ আধা সজাকৈ থোৱা গা-ধোৱা ঘৰটোত এজন লোকে নাহৰফুটুকী বাঘটো প্রত্যক্ষ কৰে। লগে লগে গৃহস্থই হুৱাদুৱা লগায়। এনেদৰে এটা বাঘৰ অৱস্থিতিৰ কথা ৰাষ্ট্ৰ হৈ পৰাত নগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টি হয়। বহু লোকে বাঘটো চাবলৈ ঘৰটোত ভিৰ কৰে।

RelatedPosts

Bird slaughter in Putari Beach:নগাঁৱৰ ৰহঢলাৰ পুতৰি বিলত অব্যাহত পক্ষী নিধন যজ্ঞ

Wild elephants infestation in Nonoi:নগাঁৱৰ ননৈত বনৰীয়া হাতীৰ সন্ত্ৰাস

Two Poachers killed in Forest Guard Shooting:নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনৰক্ষীৰ গুলীবৰ্ষণ

সংবাদ মাধ্যমৰ লোকো উপস্থিত হয়। তেতিয়াই বাঘটোৱে সেই স্থানৰ পৰা দৌৰি আঁতৰি যায়। তাৰ পাছত বাঘটো ক’ত সোমাল কোনেও টলকিবই নোৱাৰিলে। নগাঁও বন বিভাগ আৰু আৰক্ষীয়ে বাঘটো বিচাৰি চলাথ কৰিছে যদিও সন্ধান লাভ কৰা নাই। ৰাইজৰ লগতে বন বিভাগো এই কথাক লৈ আচৰিত হ’বলৈ বাধ্য হৈছে যে আমোলাপট্টি অঞ্চলটোৰ পৰা বহু দূৰ পৰ্যন্ত কোনো ধৰণৰ হাবি-জংঘল নাই।

তৎসত্ত্বেও ক’ৰ পৰা এটা বাঘ সেই স্থানত উপস্থিত হ’ল? বিয়লি নগাঁৱৰ বিধায়ক ৰূপক শর্মাই ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়। বিধায়কজনে নগাঁও চহৰবাসীক সজাগ আৰু সতর্ক হৈ থাকিবলৈ আহ্বান জনায়। নিৰাপত্তাজনিত কাৰণতে নগাঁও আৰক্ষীয়ে আমোলাপট্টিত পহৰাৰ ব্যৱস্থাও কৰিছে । আনহাতে বৃহস্পতিবাৰে জিলা প্ৰশাসনে আমোলাপট্টিৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amulapattynagaon forest deptTerror of Leopards
publisher

publisher

Related Posts

TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ
News

June 17, 2025
অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ
India

অমৰনাথ যাত্রা পথত’ন’ ফ্লাইং জ’ন’! যাত্ৰীসকলৰ বাবে নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ

June 17, 2025
Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক
News

Gst Raid In Cachar:২৫ কোটি টকাৰ জিএছটি ফাঁকি দিয়া প্ৰতিষ্ঠানৰ প্ৰৱন্ধক আটক

June 17, 2025
Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড
News

Devastating fire in Bamonimaidam:মহানগৰীৰ বামুণীমৈদামত বিধ্বংসী অগ্নিকাণ্ড

June 17, 2025
দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?
News

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

June 17, 2025
দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !
India

দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

June 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d