Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Terror of Leopards in Amulapatty : নগাঁও চহৰৰ আমোলাপট্টিত বিল্ডিঙৰ ওপৰ মহলাৰ গা-ধোৱা ঘৰত হঠাৎ ওলাল বাঘ

বাঘৰ সন্ধান নোলোৱাত আতংকিত ৰাইজ, বাট-পথ জনশূন্য ,বিদ্যালয় বন্ধ ঘোষণা ,আৰক্ষীৰ পহৰা

publisher by publisher
January 2, 2025
in India, Assam, News
Reading Time: 1 min read
0
Terror of Leopards in Amulapatty : নগাঁও চহৰৰ আমোলাপট্টিত বিল্ডিঙৰ ওপৰ মহলাৰ গা-ধোৱা ঘৰত হঠাৎ ওলাল বাঘ
1
SHARES
10
VIEWS
ShareShareShareShare

Terror of Leopards in Amulapatty :

বহু দূৰলৈ কোনো ধৰণৰ হাবি-জংঘল নথকা সত্ত্বেও নগাঁও চহৰৰ ঘন জনবসতিপূর্ণ আমোলাপট্টিৰ এটা বাসগৃহৰ ওপৰ মহলাৰ অৰ্ধনিৰ্মিত হৈ থকা গা-ধোৱা ঘৰত বাঘৰ উপস্থিতিয়ে ৰাইজক আশ্চর্য আৰু আতংকিত কৰি তোলে। নিশা বাতৰি লিখা পৰলৈকে সমগ্ৰ অঞ্চলটোত এই আতংক অব্যাহত আছে। তাৰ পৰিণতিত আমোলাপট্টিৰ ৰাজপথ প্ৰায় জনশূন্য হৈ পৰে। ৰাইজৰ বাবে ভয়ৰ কাৰণ অধিক বৃদ্ধি হোৱাৰ মূলতে হ’ল সম্প্রতি বাঘটোৱে ক’ত আশ্ৰয় লৈ আছে, তাৰ সন্ধান ওলোৱা নাই।

ADVERTISEMENT

উল্লেখ্য যে আমোলাপট্টিৰ কমলানন্দ পথৰ মঞ্জুল কলিতা নামৰ এজন লোকৰ ঘৰৰ ওপৰ মহলাৰ আধা সজাকৈ থোৱা গা-ধোৱা ঘৰটোত এজন লোকে নাহৰফুটুকী বাঘটো প্রত্যক্ষ কৰে। লগে লগে গৃহস্থই হুৱাদুৱা লগায়। এনেদৰে এটা বাঘৰ অৱস্থিতিৰ কথা ৰাষ্ট্ৰ হৈ পৰাত নগাঁও চহৰত চাঞ্চল্যৰ সৃষ্টি হয়। বহু লোকে বাঘটো চাবলৈ ঘৰটোত ভিৰ কৰে।

RelatedPosts

Bird slaughter in Putari Beach:নগাঁৱৰ ৰহঢলাৰ পুতৰি বিলত অব্যাহত পক্ষী নিধন যজ্ঞ

Wild elephants infestation in Nonoi:নগাঁৱৰ ননৈত বনৰীয়া হাতীৰ সন্ত্ৰাস

Two Poachers killed in Forest Guard Shooting:নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বনৰক্ষীৰ গুলীবৰ্ষণ

সংবাদ মাধ্যমৰ লোকো উপস্থিত হয়। তেতিয়াই বাঘটোৱে সেই স্থানৰ পৰা দৌৰি আঁতৰি যায়। তাৰ পাছত বাঘটো ক’ত সোমাল কোনেও টলকিবই নোৱাৰিলে। নগাঁও বন বিভাগ আৰু আৰক্ষীয়ে বাঘটো বিচাৰি চলাথ কৰিছে যদিও সন্ধান লাভ কৰা নাই। ৰাইজৰ লগতে বন বিভাগো এই কথাক লৈ আচৰিত হ’বলৈ বাধ্য হৈছে যে আমোলাপট্টি অঞ্চলটোৰ পৰা বহু দূৰ পৰ্যন্ত কোনো ধৰণৰ হাবি-জংঘল নাই।

তৎসত্ত্বেও ক’ৰ পৰা এটা বাঘ সেই স্থানত উপস্থিত হ’ল? বিয়লি নগাঁৱৰ বিধায়ক ৰূপক শর্মাই ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ বুজ লয়। বিধায়কজনে নগাঁও চহৰবাসীক সজাগ আৰু সতর্ক হৈ থাকিবলৈ আহ্বান জনায়। নিৰাপত্তাজনিত কাৰণতে নগাঁও আৰক্ষীয়ে আমোলাপট্টিত পহৰাৰ ব্যৱস্থাও কৰিছে । আনহাতে বৃহস্পতিবাৰে জিলা প্ৰশাসনে আমোলাপট্টিৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amulapattynagaon forest deptTerror of Leopards
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d