Education Minister- College Teachers Association meeting over Gunotsav boycott:কলেজ শিক্ষক সন্থাৰ গুণোৎসৱ বর্জনক লৈ সন্থাৰে বৈঠক শিক্ষামন্ত্ৰীৰ

ranoj

Education Minister- College Teachers Association meeting over Gunotsav boycott:

➡️ কলেজ শিক্ষক সন্থাৰ গুণোৎসৱ বর্জনক লৈ সন্থাৰে বৈঠক শিক্ষামন্ত্ৰীৰ ৷

➡️ বৈঠকত কলেজ শিক্ষকৰ পদোন্নতিৰ সম্পৰ্কতো হয় আলোচনা ৷

➡️ অচিৰেই সন্থাৰ কেতবোৰ সমস্যা সমাধানৰ আশ্বাস শিক্ষামন্ত্ৰী ৷

➡️ গুণোৎসৱ বৰ্জন নকৰিবলৈ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৰ আহ্বান কলেজ শিক্ষক সন্থাক ৷

➡️ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে ল’ব বৰ্জন সন্দৰ্ভত ল’ব সিদ্ধান্ত ৷

➡️ ইতিপূৰ্বে সন্থাই গুণোৎসৱ বর্জনৰ সিদ্ধান্ত লৈছিল ৷

Exit mobile version