Fake Note Seize With Paddlar Arrested:
➡️যোৰাবাট আৰক্ষীৰ জালত নকল নোট সহ দুই সৰবৰাহকাৰী
➡️যোৰাবাট আৰক্ষীৰ নিয়মীয়া তালাচীত এখন আই টুৱেণ্টি বাহনৰ পৰা জব্দ ২ লাখ নকল নোট ৷
➡️আটক কৰা হয় দুই সৰবৰাহকাৰী ৷
➡️মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী আছিল আই টুৱেণ্টি বাহন খন ৷
➡️সৰবৰাহকাৰী দুজন হ’ল জিবাই আংকিয়াং আৰু বাইটানলাং খাৰখোংগৰ ৷
➡️ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ মেঘালয়ৰ পূব খাচী পাহাৰত ৷