Cm Himanta Biswa Sarma:
➡️মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে লোকসেৱা ভৱনত গৃহ বিভাগ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰে মিলিত হয় এক বৈঠকত ।
ADVERTISEMENT
➡️বৈঠকত আলোচনা কৰা হয় ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ নিয়োগ নীতি, গৃহৰক্ষী বাহিনীৰ মুঠ শক্তি |
➡️আলোচনা কৰা হয় ৰাজ্যত বৰ্তমান প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানৰ সংখ্যা সম্পৰ্কে |
➡️আলোচনা হয় আৰক্ষী বিভাগৰ বাহিৰে ভাৰতীয় তেল নিগম, বন বিভাগ, চাহ বাগিচা আদি অন্যান্য সংস্থা সমূহৰ সন্দৰ্ভত৷
➡️কেন্দ্ৰীয় পৰ্টেল প্ৰস্তুত আদি বহু বিষয়ত হয় গুৰুত্বপূৰ্ণ আলোচনা |