- নলবাৰী জিলাৰ বৰভাগৰ বগল’চ ৰোড চকত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
- এল্ট’ আৰু মালবাহী টাটা ডি আইৰ মাজত মুখামুখি সংঘৰ্ষ
- এই দুৰ্ঘটনাটোত টাটা ডি আই খনৰ চালকসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে
- এখন ব্যৱসায়ীক প্ৰতিষ্ঠানো সম্পূৰ্ণৰূপে বিধস্ত হৈছে
- আহতসকলক নিশাই নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে
- ৰণাকুছিৰ ফালৰ পৰা তীব্ৰ বেগত অহা AS 01 EX 0336 নম্বৰৰ এল্ট’ গাড়ীখনে ঘগ্ৰাপাৰৰ ফালৰ পৰা অহা AS FC 5059 নম্বৰৰ টাটা ডি আই খনত প্ৰচণ্ড জোৰত খুন্দা মাৰে
- দুৰ্ঘটনা সংঘতিত হোৱাৰ পিচতে যাত্ৰীবাহী এল্ট’খনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে
Road accident: এল্ট’ আৰু মালবাহী টাটা ডি আইৰ মাজত মুখামুখি সংঘৰ্ষ…
এল্ট’ আৰু মালবাহী টাটা ডি আইৰ মাজত মুখামুখি সংঘৰ্ষ...

Road accident