Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

    জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

    হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ghograpar Teacher Day:ঘগ্ৰাপাৰত প্ৰজ্ঞা নলবাৰী জিলাৰ উদ্যোগত গুৰুপূজন অনুষ্ঠান

ছাত্ৰীয়ে গুৰুৰ চৰণ চুই ল'লে আশীৰ্বাদ

publisher by publisher
September 5, 2023
in Assam, News
Reading Time: 2 mins read
0
Ghograpar Teacher Day:ঘগ্ৰাপাৰত প্ৰজ্ঞা নলবাৰী জিলাৰ উদ্যোগত গুৰুপূজন অনুষ্ঠান
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Ghograpar Teacher Day:

শিক্ষক দিৱসৰ দিনা গুৰু–শিষ্যৰ পৰম্পৰাৰ লগত সংগতি ৰাখি আজি নলবাৰীৰ ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰ প্ৰাংগণত প্ৰজ্ঞা, নলবাৰী জিলা সমিতিৰ উদ্যোগত ‘‘গুৰু পূজন’’ শীৰ্ষক এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়।

ADVERTISEMENT

গুৰু বন্দনাৰে আৰম্ভণি কৰা গুৰুপূজন অনুষ্ঠানটিত ছাত্ৰী সকলে গুৰুসকলৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে।

গুৰুপূজনৰ গুৰুসমুহ ক্ৰমে বিশিষ্ট ভাৱৰীয়া ওজাপালি প্ৰতাপ বেজবৰুৱা,বিশিষ্ট নাট্যকাৰ পুতলা নাচৰ গুৰু হৰধন চক্ৰৱৰ্তী,বিশিষ্ট বাঁহীবাদক পৰমানন্দ দাস,বিশিষ্ট মৎস্য কলাৰ গুৰু মনোহৰ বাৰ্মা,অবসৰী কৃতি শিক্ষক চক্ৰধৰ কলিতা,অবসৰী প্ৰধান শিক্ষক বিভুসেন ডেকা,সংগীত গুৰু উপেন মালাকৰ,ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক অৱসৰী প্ৰধান শিক্ষক ৰমনী বৰ্মন,ধ্ৰুপদী সংগীতৰ গুৰু মুনিন্দ্ৰ বুজৰবৰুৱা,বিশিষ্ট সংস্কৃত পণ্ডিত ও অৱসৰী অধ্যাপক অচ্যুত মিশ্ৰ,বড়ো লোক সংস্কৃতিৰ গুৰু কিশোৰ লাহাৰি,জাপি শিল্পৰ সাধক যোগেশ্বৰ কলিতা,,বিশিষ্ট শিল্পী ও নাট্য গুৰু চাৰু তালুকদাৰ আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহেশ্বৰ বৰ্মনক।

কাৰ্য্যসূচী অনুসৰি পুৱা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, ভাৰত মাতা পূজন,ছাত্ৰীৰ দ্বাৰা পানী তোলা অনুষ্ঠান।গুৰু পূজন কাৰ্যক্ৰম প্ৰমুখ ৰাতুল কুমাৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটিত নলবাৰীৰ প্ৰজ্ঞাৰ সভাপতি ড৹ মুনিন দাসে আদৰণি ভাষণ দিয়ে।

অনুষ্ঠানটিত বিশিষ্ট বক্তাৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা০ উমেশ চক্ৰৱৰ্তীয়ে গুৰু-শিষ্যৰ প্ৰাচীন পৰম্পৰাৰৰ ওপৰত এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে।

সভাখনত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষাবিদকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । সভাখনত শলাগৰ শৰাই আগবঢ়াই প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সম্পাদক পংকজ ডেকাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ghograpar Teacher DayGurupujanPragna
publisher

publisher

Related Posts

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’
India

মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি
Assam

অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

September 4, 2026
জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল
Assam

জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

September 4, 2026
হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ
India

হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d