Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 CM’s Press Conference After the Cabinet:নলবাৰীত কেবিনেট বৈঠক সম্পন্ন

মটৰ চাইকেলত হেলমেট নিপিন্ধিলেহে ভৰিব লাগিব জৰিমনা, অন্যথা আন কাৰণত ভৰিব নালাগে জৰিমনা, অট 'আৰু ই- ৰিক্সাৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা, তিনিচকীয়া বাহনে চাৰিবাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা, ১৫ দিনৰ ভিতৰত এছঅপি প্ৰস্তুতৰ নিৰ্দেশ পৰিবহন বিভাগক, সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি

publisher by publisher
June 27, 2024
in India, News
Reading Time: 2 mins read
0
 CM’s Press Conference After the Cabinet:নলবাৰীত কেবিনেট বৈঠক সম্পন্ন
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

1st May celebration:আজি বিশ্বজুৰি মে’ দিৱস পালন

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

ADVERTISEMENT

 CM’s Press Conference After the Cabinet:

নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বৃহস্পতিবাৰে দিনৰ বাৰ বজাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ একেদৰে বৈঠকতে লোৱা হয় নলবাৰীৰ বাবে কেইবাটাও অভিলাষী আঁচনি ৷

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলতে মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে ৷ সেই অনুসৰি এতিয়াৰ পৰা ৰাজপথত হেলমেট নিপিন্ধা মটৰ চাইকেল আৰোহীয়ে জৰিমনা ভৰিব লাগিব ৷ কিন্ত তেওঁলোকে আন কাৰণত ভৰিব নালাগে জৰিমনা ৷ তদুপৰি সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে জৰিমনা লোৱা হ’ব ৷

একেদৰে অট ‘আৰু ই- ৰিক্সাৰ ক্ষেত্ৰতো নাথাকিব জৰিমনা ৷ অট ‘আৰু ই- ৰিক্সাই একেলেথাৰিয়ে চাৰিবাৰ নিয়ম ভংগ কৰিলেহে ভৰিব লাগিব জৰিমনা ৷ ১৫ দিনৰ ভিতৰত এছঅপি প্ৰস্তুত কৰিবলৈ পৰিবহন বিভাগক নিৰ্দেশ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,ৰাজ্যৰ সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি কৰা হ’ব ৷ অহা চাৰি- পাঁচ মাহৰ ভিতৰতে আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া ৷ অৱশ্যে এই নিযুক্তিৰ বাবে আবেদন কৰিব পাৰিব ইতিপূৰ্বে সৰ্বশিক্ষাত নিয়োজিত হৈ থকা ঠিকাভিত্তিক ৩৫ হেজাৰ শিক্ষকে ৷ কৰিমগঞ্জ আৰু হাইলাকান্দি চহৰৰ পানী যোগান সমস্যা সমাধানৰ বাবে দুখন আঁচনি গ্ৰহণ কৰা হয় ৷ কৰিমগঞ্জ পানী যোগান আঁচনিৰ বাবে ৮১ কোটি আৰু হাইলাকান্দিৰ বাবে ৭১কোটি টকা অনুমোদন দিয়া হয় ৷

himantaআনহাতে ,কেবিনেট বৈঠকে নলবাৰী কেন্দ্ৰীক লোৱা কেতবোৰ অভিলাষী আঁচনিৰ কথাও সংবাদমেলত ৰাজহুৱা কৰি মুখ্যমন্ত্ৰীয়ে কয়, নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ অহা- যোৱা কৰিবৰ বাবে নিৰ্মাণ কৰা হ’ব উৰণ সেঁতু ৷ এম এন চি কলেজত আৰম্ভ কৰা হ’ব বিজ্ঞান শাখা। একেদৰে নলবাৰীৰ ঐতিহাসিক চাৰি ধৰ্মীয় অনুষ্ঠালৈ ৰাজ্য চৰকাৰে দিব তিনি কোটিকৈ টকা ৷ তদুপৰি নলবাৰী চহৰত নিৰ্মাণ কৰা হ’ব এখন অত্যাধুনিক ষ্টেডিয়াম ৷

আনহাতে নলবাৰীত কৰ্মৰত অবিবি শিক্ষক সকলক এককালীন সাহায্য হিচাপে ৰাজ্য চৰকাৰে আগবঢ়াব দুই লাখকৈ টকা ৷এই ধন ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰদান কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নলবাৰী জিলাত কে’বাটাও মথাউৰি নিৰ্মাণৰ কথাও ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ’ব মথাউৰি। সেই অনুসৰি বৰক্ষেত্রীত তিনি কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ বিপৰীতে টিহুত নিৰ্মাণ কৰা হ’ব ১৬ কিলোমিটাৰ মথাউৰি ৷

উল্লেখ্য যে,কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটি ৰুদ্ৰাক্ষ পুলি ৰোপণ কৰে ৷ কেবিনেটত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা,বিমল বৰা,ৰঞ্জিত কুমাৰ দাস, ডা:ৰণোজ পেগু,কেশৱ মহন্ত,অজন্তা নেওগ,জয়ন্ত মল্লবৰুৱা, যোগেন মহন,নন্দিতা গাৰ্লোচা,ইউ জি ব্ৰক্ষ্ম,সঞ্জয় কিষাণ,পীযুষ হাজৰিকা সহ ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ লগতে উচ্চপদস্থ বিষয়াবৰ্গ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing PressMeet Cm Himantabiswa sarmaNALBARIState Cabinet Meeting
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d