Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

publisher by publisher
January 21, 2025
in Assam, News
Reading Time: 1 min read
0
APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ
1
SHARES
9
VIEWS
ShareShareShareShare

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

ADVERTISEMENT

বিদ্যুৎ যোগান-ব্যয়ৰ তিনিটা নতুন সময় ধার্য

RelatedPosts

APDCL:২০৩০-৩১লৈ এপিজিচিএলৰ ১৪৪ মেগাৱাটহে উৎপাদনৰ পৰিকল্পনা

APDCL:১২ হেজাৰ কোটি টকাৰ ঘাটি পূৰাবলৈ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে দিব মাধমাৰ

Aap Protest In Guwahati:প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত আপৰ বিক্ষোভ

সৌৰ-সর্বোচ্চ চাহিদা-নৈশ সময়ৰ বাবে ভিন ভিন মাচুলৰ প্ৰস্তাৱ

1322436 apdcl:আগন্তুক বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ শক্তি বিভাগে বিদ্যুৎ গ্রাহকৰ পৰা নতুন কৌশলৰে লুণ্ঠনৰ পাং পাতিছে। ইয়াৰ বাবে অৱলম্বন কৰা হৈছে জিজি বুলি নাখাই মাছ বুলি খোৱা নীতি। এই নীতিৰে গ্ৰাহক তথা উপভোক্তাৰ দুৰ্বল মুহূৰ্তৰ সুযোগ বুজি অধিক মাচুল আদায়ৰ কৌশল গ্ৰহণ কৰা হৈছে।

এই কৌশলৰ প্ৰস্তাৱ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ অসম বিদ্যুৎ নিয়ামক আয়োগত দাখিল কৰিছে। এপিডিচিএলৰ এই কৌশলৰ ওপৰত নিয়ামক আয়োগত অহা ফেব্ৰুৱাৰীত শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে এই ধৰণৰ শুনানিবোৰ নিয়মমাফিক এক প্রক্রিয়াহে বুলি পূৰ্বৰে পৰা চৰ্চা চলি আহিছে।

আয়োগে সেউজ সংকেত দিলেই নতুন বিত্তীয় বর্ষ অর্থাৎ অহা পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ বিদ্যুৎ উপভোক্তাই দিনটোৰ বিদ্যুৎ যোগান ব্যৱস্থাক তিনিটা ভাগত ভাগ কৰা এপিডিচিএলৰ কৌশলৰ মেৰপেছত বন্দী হৈ পৰিব। তাৰ পাছতে ভৰিব লাগিব প্রতি ইউনিট বিদ্যুৎ খৰচৰ বিপৰীতে কাৰ্যত উচ্চ মাচুল।

নিয়ামক আয়োগক দাখিল কৰা প্রস্তাৱত এপিডিচিএলে দিনটোৰ ২৪ ঘণ্টাক বিদ্যুৎ যোগানৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰিছে। বৰ্তমানৰ ব্যৱস্থাত দুটা ভাগ আছে। সেয়া হ’ল সর্বোচ্চ চাহিদাৰ সময় আৰু সর্বনিম্ন চাহিদাৰ সময়। সর্বোচ্চ চাহিদাৰ সময় সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ বজালৈ আৰু সর্বনিম্ন চাহিদাৰ সময় নিশা ১০ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ।

প্ৰস্তাৱিত ব্যৱস্থাত কৰা ভাগ তিনিটা হ’ল নৈশ সময়, সৌৰ সময় আৰু সর্বোচ্চ চাহিদাৰ সময়। নৈশ সময় হিচাপে মাজনিশা ১২ বজাৰ পৰা পুৱা ছয় বজালৈ নিৰ্ধাৰণ কৰা হৈছে। সৌৰ সময় আৰম্ভ হ’ব পুৱা ছয় বজাত আৰু শেষ হ’ব সন্ধিয়া ছয় বজাত। আনহাতে, সর্বোচ্চ চাহিদাৰ সময় হ’ব সন্ধিয়া পাঁচ বজাৰ পৰা মাজনিশা ১২ বজালৈ। সকলো প্ৰকাৰৰ গ্ৰাহকৰ বাবে এই সময়সীমা প্রযোজ্য হ’ব।

এপিডিচিএলৰ প্রস্তাৱটোত মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে; কিন্তু যি নীতিৰে গ্ৰাহকৰ পৰা মাচুল আদায়ৰ কৌশল প্রস্তাৱটোত সন্নিবিষ্ট হৈছে তাৰ ফলত মাচুল বৃদ্ধিৰ ব্যৱস্থা নথকাৰ বিষয়টো এক মিথ্যাচাৰৰ বাদে আন একো নহয়। প্রচলিত ব্যৱস্থাত সর্বোচ্চ আৰু সর্বনিম্ন চাহিদাৰ সময়ত প্রতি ইউনিট বিদ্যুতৰ মাচুলৰ পৰিমাণ একেটাই। ইয়াৰ বিপৰীতে প্ৰস্তাৱিত ব্যৱস্থাত এই পৰিমাণ ভিন ভিন।

সর্বোচ্চ চাহিদাৰ সময়ত প্ৰস্তাৱিত ব্যৱস্থাত অধিক মাচুল ধার্য কৰা হৈছে। তদুপৰি সৰ্বোচ্চ চাহিদাৰ সময়ো বৰ্তমানতকৈ বৃদ্ধি কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত পূৰ্বৰ তুলনাত সম্প্রতি উত্তাপৰ মাত্রা যথেষ্ট বেছি। তদুপৰি গৰমৰ দিনো পূর্বতকৈ বাঢ়িছে। এতিয়া বছৰৰ অধিক সময় গৰমৰ দিন হৈছে। সেই সুযোগ গ্রহণ কৰি উপভোক্তাৰ পৰা সর্বোচ্চ চাহিদাৰ সময়ত অধিক মাচুল আদায়ৰ কৌশল লৈছে এপিডিচিএলে।

ইয়াৰ বাবে আনকি বজালৈ সর্বোচ্চ চাহিদাৰ সময়। সর্বোচ্চ চাহিদাৰ সময়সীমাও দুঘণ্টা বঢ়োৱা হৈছে। বর্তমানৰ ব্যৱস্থাত সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ প্রস্তাবিত ব্যৱস্থাত ১০ বজাৰ সীমা নিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছে। এইখিনি সময়ত বেছিভাগ মানুহ ঘৰত থাকে, শুবলৈ যায়। উত্তাপৰ মাত্রা বৃদ্ধিৰ বাবে এইখিনি সময়ত ফেন, বাতানুকুল যন্ত্র, এয়াৰকুলাৰ আদিৰ ব্যৱহাৰ বৃদ্ধি হয়। সেই সুযোগেই গ্রহণ কৰি অধিক মাচুল আদায়ৰ কৌশল গ্রহণ কৰিছে এপিডিচিএলে। সর্বোচ্চ চাহিদাৰ সময়ত ক্ৰয় কৰা বিদ্যুতৰ মাচুলো মুকলি বজাৰত বৃদ্ধি হয়।

যিহেতু অসমে চাহিদা পূৰাবলৈ মুকলি বজাৰৰ বিদ্যুতৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিবলগীয়া হয়, সেয়েহে প্ৰস্তাৱিত ব্যৱস্থাৰে সেই ব্যয়ৰো জোৰা মৰাৰ কৌশল অবলম্বন কৰিছে এপিডিচিএলে।সময়ত সর্বোচ্চ চাহিদাৰ কৌশলৰে অধিক পৰিমাণৰ বিদ্যুৎ মাচুল আদায় কৰি বাকী সময়ছোৱাত যে হ্রাস কৰিছে তেনেও নহয়।

সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰস্তাৱিত ব্যৱস্থাটোত সর্বোচ্চ চাহিদাৰ সময়ত প্রতি ইউনিটৰ মাচুল ৯.৬২ টকা প্রস্তাৱ কৰা হৈছে। ইয়াৰ বিপৰীতে সৌৰ সময়ত এই পৰিমাণ হ’ল ৬.৯৯ টকা। কিন্তু নৈশ সময়ত আকৌ এই পৰিমাণ ধাৰ্য কৰা হৈছে ৮.৯৪ টকা। এনেদৰে তিনিটা ভাগত প্রতি ইউনিট বিদ্যুতৰ মাচুল প্ৰস্তাৱটোত ধাৰ্য কৰাৰ বিপৰীতে বর্তমান এই পৰিমাণ ৮.৭৪ টকা।

একেদৰে বাণিজ্যিক শিতানত বর্তমান প্রতি ইউনিট বিদ্যুতৰ সাধাৰণ মূল্য ৯.১৯ টকা। এই পৰিমাণ প্ৰস্তাৱিত ব্যৱস্থাটোত ভাগ কৰা হৈছে এনেদৰে-সর্বোচ্চ চাহিদাৰ সময়ত ১১.০২ টকা, সৌৰ সময়ত ৭.৩৫ টকা আৰু নৈশ সময়ত ৯.৩৯ টকা।

এপিডিচিএলৰ প্রস্তাৱটো কাৰ্যকৰী হ’লে বিদ্যুৎ চালিত বাহনৰ ‘চার্জ’ মূল্যও বৃদ্ধি হ’ব। বর্তমান এনে বাহনৰ বেটাৰী চাৰ্জ কৰাৰ বিনিময়ত প্রতি ইউনিটৰ বিপৰীতে ব্যয় হয় ৭.১৯ টকা। এপিডিচিএলৰ প্ৰস্তাৱ অনুসৰি, সর্বোচ্চ চাহিদাৰ সময়ত চার্জ দিলেই প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ভৰিব লাগিব ১০.৫০ টকা। তেনেদৰে সৌৰ সময়ত ভৰিব লাগিব ৭.৬৪ টকা আৰু নৈশ সময়ত ভৰিব লাগিব ৯.৭৫ টকা।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APDCLElectricity
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d