Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

publisher by publisher
January 21, 2025
in Assam, News
Reading Time: 1 min read
0
APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

APDCL:নতুন বিত্তীয় বর্ষত লুণ্ঠনৰ নতুন কৌশল এপিডিচিএলৰ

ADVERTISEMENT

বিদ্যুৎ যোগান-ব্যয়ৰ তিনিটা নতুন সময় ধার্য

সৌৰ-সর্বোচ্চ চাহিদা-নৈশ সময়ৰ বাবে ভিন ভিন মাচুলৰ প্ৰস্তাৱ

:আগন্তুক বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ শক্তি বিভাগে বিদ্যুৎ গ্রাহকৰ পৰা নতুন কৌশলৰে লুণ্ঠনৰ পাং পাতিছে। ইয়াৰ বাবে অৱলম্বন কৰা হৈছে জিজি বুলি নাখাই মাছ বুলি খোৱা নীতি। এই নীতিৰে গ্ৰাহক তথা উপভোক্তাৰ দুৰ্বল মুহূৰ্তৰ সুযোগ বুজি অধিক মাচুল আদায়ৰ কৌশল গ্ৰহণ কৰা হৈছে।

এই কৌশলৰ প্ৰস্তাৱ অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ অসম বিদ্যুৎ নিয়ামক আয়োগত দাখিল কৰিছে। এপিডিচিএলৰ এই কৌশলৰ ওপৰত নিয়ামক আয়োগত অহা ফেব্ৰুৱাৰীত শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে এই ধৰণৰ শুনানিবোৰ নিয়মমাফিক এক প্রক্রিয়াহে বুলি পূৰ্বৰে পৰা চৰ্চা চলি আহিছে।

আয়োগে সেউজ সংকেত দিলেই নতুন বিত্তীয় বর্ষ অর্থাৎ অহা পহিলা এপ্ৰিলৰ পৰা ৰাজ্যৰ বিদ্যুৎ উপভোক্তাই দিনটোৰ বিদ্যুৎ যোগান ব্যৱস্থাক তিনিটা ভাগত ভাগ কৰা এপিডিচিএলৰ কৌশলৰ মেৰপেছত বন্দী হৈ পৰিব। তাৰ পাছতে ভৰিব লাগিব প্রতি ইউনিট বিদ্যুৎ খৰচৰ বিপৰীতে কাৰ্যত উচ্চ মাচুল।

নিয়ামক আয়োগক দাখিল কৰা প্রস্তাৱত এপিডিচিএলে দিনটোৰ ২৪ ঘণ্টাক বিদ্যুৎ যোগানৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰিছে। বৰ্তমানৰ ব্যৱস্থাত দুটা ভাগ আছে। সেয়া হ’ল সর্বোচ্চ চাহিদাৰ সময় আৰু সর্বনিম্ন চাহিদাৰ সময়। সর্বোচ্চ চাহিদাৰ সময় সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ বজালৈ আৰু সর্বনিম্ন চাহিদাৰ সময় নিশা ১০ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ।

প্ৰস্তাৱিত ব্যৱস্থাত কৰা ভাগ তিনিটা হ’ল নৈশ সময়, সৌৰ সময় আৰু সর্বোচ্চ চাহিদাৰ সময়। নৈশ সময় হিচাপে মাজনিশা ১২ বজাৰ পৰা পুৱা ছয় বজালৈ নিৰ্ধাৰণ কৰা হৈছে। সৌৰ সময় আৰম্ভ হ’ব পুৱা ছয় বজাত আৰু শেষ হ’ব সন্ধিয়া ছয় বজাত। আনহাতে, সর্বোচ্চ চাহিদাৰ সময় হ’ব সন্ধিয়া পাঁচ বজাৰ পৰা মাজনিশা ১২ বজালৈ। সকলো প্ৰকাৰৰ গ্ৰাহকৰ বাবে এই সময়সীমা প্রযোজ্য হ’ব।

এপিডিচিএলৰ প্রস্তাৱটোত মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি উল্লেখ কৰা হৈছে; কিন্তু যি নীতিৰে গ্ৰাহকৰ পৰা মাচুল আদায়ৰ কৌশল প্রস্তাৱটোত সন্নিবিষ্ট হৈছে তাৰ ফলত মাচুল বৃদ্ধিৰ ব্যৱস্থা নথকাৰ বিষয়টো এক মিথ্যাচাৰৰ বাদে আন একো নহয়। প্রচলিত ব্যৱস্থাত সর্বোচ্চ আৰু সর্বনিম্ন চাহিদাৰ সময়ত প্রতি ইউনিট বিদ্যুতৰ মাচুলৰ পৰিমাণ একেটাই। ইয়াৰ বিপৰীতে প্ৰস্তাৱিত ব্যৱস্থাত এই পৰিমাণ ভিন ভিন।

সর্বোচ্চ চাহিদাৰ সময়ত প্ৰস্তাৱিত ব্যৱস্থাত অধিক মাচুল ধার্য কৰা হৈছে। তদুপৰি সৰ্বোচ্চ চাহিদাৰ সময়ো বৰ্তমানতকৈ বৃদ্ধি কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত পূৰ্বৰ তুলনাত সম্প্রতি উত্তাপৰ মাত্রা যথেষ্ট বেছি। তদুপৰি গৰমৰ দিনো পূর্বতকৈ বাঢ়িছে। এতিয়া বছৰৰ অধিক সময় গৰমৰ দিন হৈছে। সেই সুযোগ গ্রহণ কৰি উপভোক্তাৰ পৰা সর্বোচ্চ চাহিদাৰ সময়ত অধিক মাচুল আদায়ৰ কৌশল লৈছে এপিডিচিএলে।

ইয়াৰ বাবে আনকি বজালৈ সর্বোচ্চ চাহিদাৰ সময়। সর্বোচ্চ চাহিদাৰ সময়সীমাও দুঘণ্টা বঢ়োৱা হৈছে। বর্তমানৰ ব্যৱস্থাত সন্ধিয়া পাঁচ বজাৰ পৰা নিশা ১০ প্রস্তাবিত ব্যৱস্থাত ১০ বজাৰ সীমা নিশা ১২ বজালৈ বৃদ্ধি কৰা হৈছে। এইখিনি সময়ত বেছিভাগ মানুহ ঘৰত থাকে, শুবলৈ যায়। উত্তাপৰ মাত্রা বৃদ্ধিৰ বাবে এইখিনি সময়ত ফেন, বাতানুকুল যন্ত্র, এয়াৰকুলাৰ আদিৰ ব্যৱহাৰ বৃদ্ধি হয়। সেই সুযোগেই গ্রহণ কৰি অধিক মাচুল আদায়ৰ কৌশল গ্রহণ কৰিছে এপিডিচিএলে। সর্বোচ্চ চাহিদাৰ সময়ত ক্ৰয় কৰা বিদ্যুতৰ মাচুলো মুকলি বজাৰত বৃদ্ধি হয়।

যিহেতু অসমে চাহিদা পূৰাবলৈ মুকলি বজাৰৰ বিদ্যুতৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ কৰিবলগীয়া হয়, সেয়েহে প্ৰস্তাৱিত ব্যৱস্থাৰে সেই ব্যয়ৰো জোৰা মৰাৰ কৌশল অবলম্বন কৰিছে এপিডিচিএলে।সময়ত সর্বোচ্চ চাহিদাৰ কৌশলৰে অধিক পৰিমাণৰ বিদ্যুৎ মাচুল আদায় কৰি বাকী সময়ছোৱাত যে হ্রাস কৰিছে তেনেও নহয়।

সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰস্তাৱিত ব্যৱস্থাটোত সর্বোচ্চ চাহিদাৰ সময়ত প্রতি ইউনিটৰ মাচুল ৯.৬২ টকা প্রস্তাৱ কৰা হৈছে। ইয়াৰ বিপৰীতে সৌৰ সময়ত এই পৰিমাণ হ’ল ৬.৯৯ টকা। কিন্তু নৈশ সময়ত আকৌ এই পৰিমাণ ধাৰ্য কৰা হৈছে ৮.৯৪ টকা। এনেদৰে তিনিটা ভাগত প্রতি ইউনিট বিদ্যুতৰ মাচুল প্ৰস্তাৱটোত ধাৰ্য কৰাৰ বিপৰীতে বর্তমান এই পৰিমাণ ৮.৭৪ টকা।

একেদৰে বাণিজ্যিক শিতানত বর্তমান প্রতি ইউনিট বিদ্যুতৰ সাধাৰণ মূল্য ৯.১৯ টকা। এই পৰিমাণ প্ৰস্তাৱিত ব্যৱস্থাটোত ভাগ কৰা হৈছে এনেদৰে-সর্বোচ্চ চাহিদাৰ সময়ত ১১.০২ টকা, সৌৰ সময়ত ৭.৩৫ টকা আৰু নৈশ সময়ত ৯.৩৯ টকা।

এপিডিচিএলৰ প্রস্তাৱটো কাৰ্যকৰী হ’লে বিদ্যুৎ চালিত বাহনৰ ‘চার্জ’ মূল্যও বৃদ্ধি হ’ব। বর্তমান এনে বাহনৰ বেটাৰী চাৰ্জ কৰাৰ বিনিময়ত প্রতি ইউনিটৰ বিপৰীতে ব্যয় হয় ৭.১৯ টকা। এপিডিচিএলৰ প্ৰস্তাৱ অনুসৰি, সর্বোচ্চ চাহিদাৰ সময়ত চার্জ দিলেই প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ভৰিব লাগিব ১০.৫০ টকা। তেনেদৰে সৌৰ সময়ত ভৰিব লাগিব ৭.৬৪ টকা আৰু নৈশ সময়ত ভৰিব লাগিব ৯.৭৫ টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLElectricity
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d