Panchayat Election: পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Capture 33

Panchayat Election: পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ADVERTISEMENT

আদালতৰ বিচাৰাধীন ৯ খন আবেদনৰ সন্দৰ্ভত উচ্চ ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ শুনানি

এজনীয়া বিচাৰপীঠে দিয়া শুনানিৰ ওপৰত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ

৯ খন লেখ আবেদনৰ প্ৰত্যাহ্বান জনাই চৰকাৰে খণ্ড বিচাৰ পীঠত আবেদন জনাই

১০ জানুৱাৰী শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই স্থান কেইটাত স্থগিতাদেশ প্ৰদান কৰিছিল

পুনৰ সেই স্থান কেইটাৰ স্থগিতাদেশৰ ওপৰত স্থগিতাদেশ প্ৰদান

পুনৰ বিষয়টো ৬ ফেব্ৰুৱাৰী শুনানিৰ বাবে দিন ধাৰ্য

চৰকাৰে ইচ্ছা কৰিলে ৫ খন জিলাৰ ৯ পঞ্চায়তত অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন

বিষয়টো সন্দৰ্ভত চলি থাকিব বিচাৰ প্ৰক্ৰিয়া

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিষয়টোৰ বিসংগতি স্পষ্ট হ’লে অবৈধ হিচাপে ঘোষণা কৰিব নিৰ্বাচনটো

Exit mobile version