Ulfa(I) calls for boycott of Republic Day:
🔷গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান বিদ্ৰোহী সংগঠনৰ ৷
ADVERTISEMENT
🔷১৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান সংগঠনটোৰ ৷
🔷২৫ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা ২৬ জানুৱাৰীৰ আবেলি ৬ বজালৈ বন্ধৰ আহ্বান ৷
🔷ৰাজ্যৰ সংবাদ মাধ্যমলৈ বিদ্ৰোহী সংগঠনৰ গণৰাজ্য দিৱস বৰ্জনৰ মেইল বাৰ্তা প্ৰেৰণ ৷