Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ

চৰকাৰী ভূমি বিঘাই প্ৰতি মাত্র ১৪, ৩৪৭ টকাৰ বিনিময়ত আদানীয়ে লাভ কৰা প্ৰক্ৰিয়া অবৈধ

publisher by publisher
February 25, 2026
in News
Reading Time: 1 min read
0
Guwahati:অসম আদানী – আম্বানীৰ কল’নীলৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা আৰম্ভ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীৰ হোটেলত দুৰ্বৃত্তৰ গুলীচালনা, নিহত চাৰিজন

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

Guwahati:

ধুবুৰী জিলাৰ চাপৰত তাপ বিদ্যুৎ প্রকল্প স্থাপনৰ কাৰণে আদানীক ৪৫৫৮ বিঘা মাটি হস্তান্তৰ কৰা কাৰ্যত ক্ষোভ প্রকাশ কৰিছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে। এক বিবৃতি যোগে যৌথ সংগ্রাম সমিতিৰ অন্যতম আহ্বায়ক প্রণৱ দলে আৰু সুব্রত তালুকদাৰে কয় যে অসমক আদানী – আম্বানিৰ কল’নীলৈ ৰূপান্তৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাই এতিয়া বাস্তব ৰূপ পাবলৈ ধৰিছে। অসম চৰকাৰে আদানীক গতাই দিয়া ৪৪৫৮ বিঘা মাটিৰ ভিতৰত ৩৪৮৫ বিঘা মাটি চৰকাৰী মাটি। ৩৫ বছৰৰ কাৰণে লীজত লাভ কৰা এই চৰকাৰী মাটিৰ বাবদ আদানীয়ে প্রদান কৰিছে মাত্র ৫ কোটি টকা। অৰ্থাৎ প্রত্যেক বিঘা মাটি লাভ কৰিছে ১৪,৩৪৭ টকাৰ বিনিময়ত। এইদৰে পানীৰ দৰত অসমৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক কথা।

ADVERTISEMENT

এই প্রকল্পৰ পৰা যি বিদ্যুৎ উৎপাদন হব সেই বিদ্যুতো অসম চৰকাৰে কিনিব লাগিব উচ্চ হাৰত। অৰ্থাৎ আদানী কাৰণে ৰঙা দলিচা। সাধাৰণ খাটিখোৱা মানুহক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই সদম্ভ ঘোষণা কৰিছিল যে এই উচ্ছেদৰ লগত অসমীয়া খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা জড়িত হৈ আছে। কিন্তু এই উচ্ছেদৰ লগত যে কেৱল আৰু কেৱল “আদানী প্ৰীতি” হে জড়িত হৈ আছে, এই কথা এতিয়া প্রমাণ হ’ল। জনজাতীয় মানুহৰ প্ৰবল আন্দোলনত সেও মানি সেই মাটি অধিগ্রহণ কৰিব নোৱাৰি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ সহজ টাৰ্গেট হৈ পৰিছে সংখ্যালঘু মানুহে অতীজৰ পৰা খেতি – বাতি কৰি অহা ভূমি সমূহ।

এনেদৰে অবৈধ মাটি হস্তান্তৰ প্রক্রিয়া অব্যাহত থাকিলে অনাগত ৫ বছৰত অসমৰ সমগ্র চৰকাৰী ভূমিৰ গৰাকী হৈ পৰিব আদানী – আম্বানী- ৰামদেৱৰ দৰে বৃহৎ পুঁজিপতিসকল। হিমন্ত বিশ্ব শৰ্মাৰ এই কৰ্পৰেট প্রীতি সামগ্রিকভাবে গোটেই অসমৰ সামাজিক – পৰিৱেশিক কাঠামোটোৰ প্রতি তীব্র ভাবুকি। গতিকে জাতি – মাটি – ভেটি ৰক্ষাৰ স্বাৰ্থত সকলোকে এনে অবৈধ ভূমি হস্তান্তৰ প্রক্রিয়াৰ বিৰোধীতা কৰিবলৈ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bhumi adhikar sangam samitiGuwahatiPress release
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d