Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Kutumba Suraksha Parishad:গুৱাহাটীৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখল !

ভুৱা পৰিচয়েৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কুটুম্ব সুৰক্ষা পৰিষদৰ, মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকাৰ বিৰুদ্ধে এই অভিযোগ

publisher by publisher
January 28, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Kutumba Suraksha Parishad:গুৱাহাটীৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখল !
4
SHARES
43
VIEWS
ShareShareShareShare

Kutumba Suraksha Parishad:

ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখলৰ চেষ্টা এজন ভু- মাফিয়াৰ ৷ ভুৱা পৰিচয়ৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ ৷

ADVERTISEMENT

এই সন্দৰ্ভত পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই এক বিবৃতিত উল্লেখ কৰি কয় যে,অতি দুখ আৰু পৰিতাপৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কৈ অহাৰ সময়তে গুৱাহাটীৰ অসম সচিবালয়ৰ সমিপতে বিভিন্ন নামেৰে এজন লোকে ভূমি বেদখলৰ পৰা আৰম্ভ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ওপৰিও লাভ জেহাদৰ দৰে নানান ধৰণৰ অপ-কৰ্ম কৰি আহিছে।

RelatedPosts

Lord Jagannath Tattoo: বিদেশিনীৰ উৰুত প্ৰভু জগন্নাথৰ টেটু ! ভুবনেশ্বৰত উত্তেজনা

Uttar Pradesh Incident: শিক্ষয়ত্ৰীৰ প্ৰহাৰত দৃষ্টি শক্তি হেৰুৱালে তৃতীয় শ্ৰেণীৰ ছাত্ৰীয়ে !

Satya Ranjan Bora in Meghalaya:মেঘালয় মৌচিনৰামৰ মৌজ’মবিন্ গুহাৰ ভিতৰত থকা প্ৰাকৃতিক “শিৱলিঙ্গ”ত পূজা অৰ্চনা সত্য ৰঞ্জন বৰাৰ

আনকি এই সংক্ৰান্তত কুটুম্ব সুৰক্ষা পৰিষদক ভূক্তভোগী বিভিন্ন জনে অভিযোগ দাখিল কৰাত আমি কেইবামাহৰ পৰা মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ মানুহৰ আচল পৰিচয় বিচাৰি কেইবাবাৰো তেখেতক লগ ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু, কোনোদিনে সঁচাৰ সন্মুখীন হ’বলৈ তেওঁৰ সাহস হোৱা নাছিল।

FIR 2অৱশেষত মঙলবাৰে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য ৰঞ্জন বৰাৰ নেতৃত্বত এটি দলে মুকুট আলিওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ বহুৰূপীলোকজনক বিচাৰি তেওঁৰ পাঞ্জাবাৰীত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হয় যদিও তেওঁ তাৰ আগতেই তাৰ পৰা পলায়ণ কৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি গৰাকীয়ে বিবৃতিটোত আৰু কয় যে,মুকুট আলি ওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকাই সমাজত নিজা পৰিচয় লুকুৱাই অবৈধ ভাবে হিন্দু-অসমীয়া নাম লৈ সমাজক নষ্ট কৰিছে। অসমীয়া পৰিচয় আৰু ভাৰতীয় সংবিধান বিৰোধী কাম কৰিছে। আমি জানো যে অসমৰ একাংশ মুছলমান লোকে অসমীয়া উপাধি লেখে। নতুবা তেওঁ যদি সনাতন ধৰ্ম গ্ৰহণ কৰিছে; তেতিয়াও তেওঁ নিজৰ পৰিচয় সলনি কৰিব পাৰে। কিন্তু, এই দুয়োটা তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি ইতিমধ্যেই আমি স্পষ্ট হৈছোঁ।

গতিকে, এইক্ষেত্ৰত তেওঁ চূড়ান্ত অপৰাধ কৰিছে আৰু সমাজ বিৰোধী কাম কৰিছে। আনকি তেওঁ নিজৰ ল’ৰা দুটাৰ নামৰ পিছতো উপাধি হাজৰিকা সংযোজন কৰিছে ৷ গতিকে, এনে কৰ্ম-কাণ্ড‌ই অসমীয়া সমাজৰ স্বকীয়তা আৰু বৈশিষ্ট মলিয়ন কৰি পেলাইছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) য়ে আমাক প্ৰদান কৰা সাংবিধানিক দায়িত্বৰ আধাৰত আমি এই বিষয়টো ৰাইজৰ আগত তুলি ধৰিছো।

তদুপৰি, ‘হাজৰিকা’ উপাধি সাধাৰণতে আমাৰ সমাজৰ জনজাতি লোক সকলৰহে পৰিচয়। কিন্তু, এগৰাকী মুছলমান হৈ কোনো বৈধ legacy তথা ধৰ্মান্তৰিত নোহোৱাকৈ তেওঁ নিজৰ নাম মুকুট হাজৰিকা বুলি লেখিছে; সেয়া এক চূড়ান্ত অপৰাধ কৰিছে আৰু ভাৰতীয়-অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ বুকুত চৰম আঘাট কৰিছে। তেওঁৰ এনে আচৰণ আৰু অবৈধ পৰিচয়ৰ আঁৰত ইছলামিক জেহাদি শক্তিৰ হাত থকাৰ সন্দেহ হৈছে। কাৰণ, এই মানুহ জনৰ বিৰুদ্ধে অবৈধ ভাবে বিভিন্ন লোকৰ ভূমি বেদখল কৰাৰো তথ্য-প্ৰমাণ আমাৰ হাতত উপলব্ধ হৈ আছে। তথ্যমতে, City Furniture House থকা ঘৰটোও সেই ছদ্মবেশীজনে অবৈধ ভাবে দখল কৰি ৰাখিছে।

বৰাই লগতে কয়,এই বিষয়বোৰ ৰাইজে জনাটো উচিত আৰু এইধৰণৰ ছদ্মবেশী অপৰাধী বোৰক প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়েহে, ঘটনা স্থলীত উপস্থিত থকা দিশপুৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত সেই স্থানতে আমি এখনি এজাহাৰ দাখিল কৰা হৈছে। যদি অনতিপলমে এই বিষয়ত কঠোৰ শাস্তি প্ৰদান কৰা নহয়, তেনেহ’লে আমি আমাৰ ধৰণে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ম বুলি সকীয়াই দিয়ে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DISPUR POLICE STATIONFIR filedIllegally Land OccupiedKutumba Suraksha ParishadSatya Ranjan Borah
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d