Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে

নিৰ্মলাৰ বাজেটৰ লক্ষ্য হৈছে 'শূন্য দৰিদ্ৰতা'। মেক ইন ইণ্ডিয়াত অতিৰিক্ত গুৰুত্ব। বাজেটত সীতাৰমণে গৱেষণা আৰু উন্নয়ন, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ভূমিহীন কৃষকসকলৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে

Capture 3

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে, ৰাষ্ট্ৰপতিৰ স’তে সাক্ষাৎ

তৃতীয় পৰ্যায়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে বাজেট।

বাজেটত কি কি কৰ ৰেহাই পোৱা যাব? হ্ৰাস হ’ব বীমাৰ খৰচ ?দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই ।

দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ দাবী কৰিব নিৰ্মলাই? পঢ়ক বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট ।

  বাজেটৰ প্ৰতিটো মুহূৰ্তৰ লাইভ আপডেট !

Exit mobile version