Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Security for Narendra Modi’s Swearing-in Ceremony:নৰেন্দ্ৰ মোডী শপত গ্ৰহণ অনুষ্ঠানৰ নিৰাপত্তা

দিল্লীত ড্ৰোন,পেৰাগ্লাইডাৰ, বা অন্যান্য যিকোনো ধৰণৰ যন্ত্ৰ উৰুৱাত নিষেধাজ্ঞা, ১৪৪ ধাৰা জাৰি

publisher by publisher
June 8, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Security for Narendra Modi’s Swearing-in Ceremony:নৰেন্দ্ৰ মোডী শপত গ্ৰহণ অনুষ্ঠানৰ নিৰাপত্তা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

Security for Narendra Modi’s Swearing-in Ceremony:

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণৰ নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে ৯ আৰু ১০ জুনত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শুক্ৰবাৰে শপত গ্ৰহণৰ দিনাংক ঘোষণা হোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগা ৰাজকীয় অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

ADVERTISEMENT

#দিল্লীত তিনিটা স্তৰৰ সুৰক্ষা ব্যৱস্থা: প্ৰযোজ্য কৰা হৈছে ১৪৪ নং ধাৰা

দিল্লী আৰক্ষীয়ে ৯ আৰু ১০ জুনত জাৰি কৰিছে ১৪৪ ধাৰা। এই নিৰ্দেশ দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই জাৰি কৰিছে, যাতে যিকোনো অপ্ৰীতিকৰ ঘটনা নঘটে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠানটো সম্পন্ন হয় ।

# হাই এলাৰ্টত দিল্লী

শপত গ্ৰহণৰ সময়ত বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰপতি ভৱন সুৰক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনী, এন এছ জি কমাণ্ডো, ড্ৰোন, স্নাইপাৰৰ পাঁচটা কোম্পানী নিয়োগ কৰা হ’ব। উল্লেখ্য যে,শপত গ্ৰহণ অনুষ্ঠানত চুবুৰীয়া দেশ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা,নেপালী প্ৰধানমন্ত্ৰী,শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি,ইন্দোনেছিয়াৰ ৰাষ্ট্ৰপতি,মৰিচাছৰ প্ৰধানমন্ত্ৰী,ভূটানৰ ৰজা সহ ছাৰ্কৰ সদস্য দেশৰ পৰা গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লীক হাই এলাৰ্টত ৰখা হৈছে। সেই অনুসৰি এই অনুষ্ঠানৰ দিনা ৰাষ্ট্ৰপতি ভৱনকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ স্থানত দিল্লী আৰক্ষীৰ স্কোৱাট আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হ’ব।

# নিৰাপত্তাক তিনিটা স্তৰত ভাগ কৰা হৈছে:

বহিঃবৃত্তঃ ইয়াত নিয়োজিত হ’ব দিল্লী আৰক্ষীৰ জোৱান।

কেন্দ্ৰীয় চক্ৰঃ ইয়াত অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হ’ব।

আভ্যন্তৰীণ চক্ৰঃ ইয়াত ৰাষ্ট্ৰপতি ভৱনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব।

এনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাই অনুষ্ঠানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু সকলো গণ্যমান্য ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যাব বুলি সদৰি কৰে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Comprehensive Security MeasuresNarendra Modi's Swearing-in Ceremony
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d