Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Union Budget 2025

Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?

এক ঘণ্টা ১৬ মিনিটত তেওঁ ভাষণ শেষ কৰে ।জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছ কৰ কৰ্তন ৫০ হেজাৰ টকাৰ পৰা এক লাখ টকালৈ বৃদ্ধি। ঘৰৰ ভাড়াত টিডিএছ কৰ্তন (থ্ৰেছহোল্ড) চাৰি লাখৰ পৰা ছয় লাখ টকালৈ বৃদ্ধি। টিচিএছ সাত লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি। আয়কৰ ৰিটাৰ্ণৰ সময়ো বৃদ্ধি পালে। আয়কৰ ৰেহাই ঘোষণা কৰাৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে তেলেগু কবিতা আবৃত্তি কৰে।

publisher by publisher
February 1, 2025
in Union Budget 2025
Reading Time: 1 min read
0
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
2
SHARES
20
VIEWS
ShareShareShareShare

Union Budget 2025 Updates: এঘণ্টা ১৬ মিনিটত ভাষণ শেষ, কি কি ঘোষণা নির্মলাৰ ?

অসাধাৰণ বাজেট উপস্থাপন কৰাৰ বাবে নিৰ্মলা সীতাৰমণক প্ৰশংসাই উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াইওয়ে কেন্দ্ৰীয় বাজেটক আদৰণি জনায় ।

এক ঘণ্টা ১৬ মিনিটত তেওঁ ভাষণ শেষ কৰে ।জ্যেষ্ঠ নাগৰিকৰ বাবে টিডিএছ কৰ কৰ্তন ৫০ হেজাৰ টকাৰ পৰা এক লাখ টকালৈ বৃদ্ধি। ঘৰৰ ভাড়াত টিডিএছ কৰ্তন (থ্ৰেছহোল্ড) চাৰি লাখৰ পৰা ছয় লাখ টকালৈ বৃদ্ধি। টিচিএছ সাত লাখৰ পৰা ১০ লাখলৈ বৃদ্ধি। আয়কৰ ৰিটাৰ্ণৰ সময়ো বৃদ্ধি পালে। আয়কৰ ৰেহাই ঘোষণা কৰাৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে তেলেগু কবিতা আবৃত্তি কৰে।

ADVERTISEMENT

৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই। ছয়টা জীৱনদায়িনী ঔষধৰ শুল্ক পাঁচ শতাংশ হ্ৰাস কৰা হৈছে। ফলস্বৰূপে, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস হ’ব। চামৰাৰ সামগ্ৰী, ম’বাইল যন্ত্ৰাংশ, টিভি আৰু সামুদ্ৰিক খাদ্যৰ ওপৰত শুল্কও হ্ৰাস কৰা হৈছে। বৈদ্যুতিক বেটাৰিৰ শুল্ক হ্ৰাস কৰি সস্তা হ’ব বৈদ্যুতিক গাড়ী।

RelatedPosts

Tax Reduction: বাজেটত ঔষধৰ ওপৰত শুল্ক হ্ৰাসৰ ঘোষণাই কিবা কামত আহিবনে ?

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Union Finance Minister Nirmala Sitharaman:বুদ্ধ স্মৃতিসৌধৰ ওপৰত বিশেষ গুৰুত্ব, দেশৰ ৫০টা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰকল্প

দেশত তৈয়াৰী পোছাকৰ মূল্য হ্ৰাস হৈ সস্তা হ’ব ম’বাইলৰ দাম । শিক্ষাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৫০০ কোটি টকা বিনিয়োগ। তিনিখন এআই এক্সেলেন্স চেন্টাৰ। তিনি বছৰৰ ভিতৰত সকলো জিলা চিকিৎসালয়ত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ। পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়ত ১০ হেজাৰ আসন বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি।

অসংগঠিত শ্ৰমিকসকলৰ বাবে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা। হকাৰসকলৰ বাবে ইউপিআই প্ৰযুক্তিৰ স’তে ক্ৰেডিট কাৰ্ড।

চৰকাৰী পৰ্টেলত বিভিন্ন বৃত্তিত নিয়োজিত প্ৰায় এক কোটি অস্থায়ী কৰ্মীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰা হ’ব। ইয়াক সামাজিক সুৰক্ষাৰ অধীনলৈ অনা হ’ব।

বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা। নতুন কৰ গাঁথনি অনুসৰি ১২ লাখ টকা পৰ্যন্ত সাধাৰণ আয়ৰ ওপৰত কোনো আয়কৰ প্ৰদান কৰা নহ’ব।

কিন্তু এই উপাৰ্জনত মূলধন লাভ হয়, তেন্তে ইয়াৰ ওপৰত কৰ আৰোপ হ’ব।

বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে অহা সপ্তাহত কেন্দ্রই নতুন আয়কৰ আইনখন আনিব। আইনখনে ন্যায়সংহিতাৰ দৰে ‘ন্যায়’ৰ ওপৰতো গুৰুত্ব দিব।

দেশৰ সকলো চৰকাৰী বিদ্যালয়তে মাধ্যমিক পৰ্যায়ত ইণ্টাৰনেট ব্যৱস্থা প্ৰৱৰ্তন কৰিছে চৰকাৰে। বিদ্যালয়সমূহত ব্ৰডবেণ্ড সেৱা স্থাপন কৰা হ’ব।

ইয়াৰ জৰিয়তে, শিক্ষাৰ্থীসকলে বিদ্যালয়ত ইণ্টাৰনেট ব্যৱহাৰ কৰি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

তেওঁ কে’বাটাও আইআইটি (ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান)ত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও কয়।

আইআইটিত আসনৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত সীতাৰমণে কয় যে দেশৰ ২৩ খন আইআইটিত যোৱা ১০ বছৰত ১০০ শতাংশ আসন বৃদ্ধি কৰা হৈছে।

এই আই আইটিসমূহৰ আন্তঃগাঁথনিগত উন্নয়নতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব। আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন পৃথকে পৃথকে বিনিয়োগ কৰা হ’ব।

কেন্দ্ৰই অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হেজাৰ আসন বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে বিভিন্ন খণ্ডৰ ঠিকাভিত্তিক শ্ৰমিকসকলৰ বাবে পৃথক সামাজিক সুৰক্ষা আঁচনি ঘোষণা কৰিছে।

বাজেটত কৃষি, মহিলা আৰু যুৱক-যুৱতীক অধিক গুৰুত্ব দিয়া হ’ব। ভাষণৰ আৰম্ভণিতে কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কৃষিৰ স’তে বাজেট ভাষণো আৰম্ভ কৰে।

স্বাভাৱিকতে, প্ৰত্যাশা বৃদ্ধি পাইছে । হয়তো কৃষি খণ্ডত এটা ডাঙৰ ঘোষণা হ’ব। বিত্ত মন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে, কিন্তু ই সাধাৰণ কৃষকসকলৰ মুখত কিমান হাঁহি আনিব সেয়া সন্দেহজনক।

প্ৰধানমন্ত্ৰী ধনধান্য কৃষি যোজনা নিৰ্মলা সীতাৰমণৰ বাজেটত কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ ঘোষণা। বিত্ত মন্ত্ৰীয়ে জনাই যে ১০০ খন জিলাৰ ১.৭ কোটি কৃষক এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’ব।

কেন্দ্ৰই এই ১০০ খন জিলাত কৃষিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰৰ স’তে কাম কৰিব। সীতাৰমণে বৰ্ণনা কৰে যে এনে ধৰণৰ মুঠ ১০০ খন জিলা চিনাক্ত কৰা হ’ব য’ত উৎপাদনৰ হাৰ কম।

ইয়াৰ উপৰিও, কৃষি খণ্ডৰ অন্যান্য ঘোষণাত, কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে সৰ্বাধিক ঋণৰ সীমা তিনি লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

দুগ্ধজাত আৰু মীন পালন উদ্যোগসমূহৰ বাবে পাঁচ লাখ টকালৈকে ঋণ দিয়া হ’ব। বিত্ত মন্ত্ৰীয়ে কপাহ খেতিয়কসকলৰ বাবে এটা পৃথক কপাহ উৎপাদন অভিযান আৰু মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ কথাও ঘোষণা কৰে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Union Budget 2025নৰেন্দ্ৰ মোদী
publisher

publisher

Related Posts

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ
Union Budget 2025

Union Budget 2025 Updates: দেশত ১২০ নতুন বিমানবন্দৰ স্থাপনৰ প্ৰস্তাৱ

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!

February 1, 2025
Union Budget 2025: ১.৭ কোটি কৃষকৰ বাবে ধনধান্য কৃষি যোজনা ঘোষণা

Union Budget 2025 Updates:দাম কমিব
Union Budget 2025

Union Budget 2025 Updates:দাম কমিব

February 1, 2025
Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
Union Budget 2025

Union Budget 2025 Updates:অষ্টমবাৰ বাজেট উপস্থাপন কৰে নির্মলা সীতাৰমণে

February 1, 2025
Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 
Union Budget 2025

Union Budget 2025 Updates:আয়কৰৰ ক্ষেত্ৰত কেতবোৰ ৰেহাই 

February 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d