Minister Atul Bora Visit Srimanta Sankardev Sangha Session:শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিবেশন স্হলীত মন্ত্ৰী অতুল বৰা এছিয়াৰ সৰ্ববৃ

atul 1

Minister Atul Bora Visit Srimanta Sankardev Sangha Session:

➡️শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিবেশন স্হলীত মন্ত্ৰী অতুল বৰা |

➡️এছিয়াৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব যোৰহাটৰ মহবন্ধা এৰালতলি পথাৰত ।

➡️ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

➡️আজি অধিবেশন স্হলীত উপস্থিত হয় মন্ত্ৰী অতুল বৰা।।

➡️মন্ত্ৰী গৰাকীয়ে অধিবেশন স্হলীত নিৰ্মাণ কৰা অস্হায়ী শিবিৰত মন্ত্ৰী গৰাকীয়ে সেৱা লৈ পৰিদৰ্শন কৰে অধিবেশন স্হলী ।

Exit mobile version