Third phase of the Gunotsav starts today:আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ 

gonoshab

Third phase of the Gunotsav starts today:

➡️ আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷

➡️ ১০ খন জিলাত ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত গুণোৎসৱ ৷

➡️ গুণোৎসৱ অনুষ্ঠিত হ’ব ১২,৩৭৫ খন বিদ্যালয়ত ৷
গুণোৎসৱত ১১,৩৮,২৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হ’ব মূল্যাৱন ৷

Exit mobile version