US deports Indian:২৫ মহিলা, ১২ শিশু, আমেৰিকাৰ পৰা ঘুৰিলে চাৰি বছৰীয়া‘অবৈধবাসী’ শিশু!

11 7

US deports Indian:২৫ মহিলা, ১২ শিশু, আমেৰিকাৰ পৰা ঘুৰিলে চাৰি বছৰীয়া‘অবৈধবাসী’ শিশু!

আমেৰিকাৰ পৰা প্ৰথম পৰ্যায়ত, ১০৪ জন অবৈধ ভাৰতীয়ৰ ভাৰতলৈ উভটনি যাত্ৰা । বুধবাৰে পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে তেঁওলোকৰ বিমান । অবৈধ অনুপ্ৰৱেশকাৰীৰ তালিকাত ২৫ গৰাকী মহিলা আৰু ১২ গৰাকী শিশু অন্তৰ্ভুক্ত আছে।

ADVERTISEMENT

আটাইতকৈ কম বয়সীয়া অবৈধ অনুপ্ৰৱেশকাৰী হৈছে চাৰি বছৰীয়া শিশু। তেওঁলোকৰ কিছুমান পঞ্জাৱৰ, কিছুমান গুজৰাটৰ আৰু কিছুমান মহাৰাষ্ট্ৰৰ।

পঞ্জাৱ প্ৰশাসনৰ এজন বিষয়াই কয় যে এই অবৈধ বাসিন্দাসকলৰ অধিকাংশই হয় অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিছিল, নহয় ভিছাৰ সময় অতিক্ৰম কৰিছিল।

তথ্য অনুসৰি, বুধবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহা লোকসকলৰ ভিতৰত ৪৮ জনৰ বয়স ২৫ বছৰৰ তলৰ আছিল। ৩০ জন পঞ্জাৱৰ বাসিন্দা।

গুজৰাট আৰু হাৰিয়ানাৰ ৩০ জন। ইয়াৰ উপৰিও, মহাৰাষ্ট্ৰৰ তিনিজন, উত্তৰ প্ৰদেশ আৰু চণ্ডিগড়ৰ দুজনকৈ লোক আমেৰি…

Exit mobile version