Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

publisher by publisher
February 9, 2025
in International
Reading Time: 1 min read
0
‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !
1
SHARES
7
VIEWS
ShareShareShareShare

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

ADVERTISEMENT

প’লা হাৰ্ডৰ স’তে সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে কোটিপতি তথা মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে।প’লাক লৈ যে তেওঁ অতি ‘ ছিৰিয়াছ’ সেই কথাও তেওঁ জনাই ।

RelatedPosts

Prime Minister Narendra Modi Meets Bill Gates to discuss climate issues.জলবায়ুৰ বিষয়ে আলোচনা কৰিবলৈ বিল গেটছৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীক

Bill Gates Company Oxytech is Busy Making Mosquitoes:গৱেষণাগাৰত বৃহদাকাৰৰ মহ তৈয়াৰত ব্যস্ত বিল গেটছৰ প্ৰতিষ্ঠান অক্সিটেক

PM Thanks Bill Gates For His Appreciation Of Mann Ki Baat :প্ৰধানমন্ত্ৰীৰ মন কী বাতক উচ্চ প্ৰশংসাৰ বিল গেটছৰ

লগতে তেওঁ জনাই যে, পলাৰ স’তে তেঁওৰ সম্পৰ্কক অতি গুৰুত্বসহকাৰে বিচাৰ কৰিছে আৰু দুয়ো একেলগে সময় অতিবাহিত কৰিছে।

WhatsApp Image 2025 02 09 at 21.21.52প’লা আৰু বিল গেটছৰ সম্পৰ্কৰ বিষয়ে তিনি বছৰ আগতে জল্পনা-কল্পনা আৰম্ভ হৈছিল। ৰাস্তাৰ পৰা টেনিছ কোৰ্টলৈকে, তেওঁলোকক বিভিন্ন ঠাইত একেলগে দেখা যায়। সেই সকলো বোৰ মুহূৰ্ত বন্দী কৰা হৈছে ।

কিন্তু ছ’চিয়েল মিডিয়াই প’লাক ‘ৰহস্যময়’ বুলি টেগ দিছিল কাৰণ তেঁও কোন সেই উত্তৰ কোনো পোৱা নাই।

WhatsApp Image 2025 02 09 at 21.21.52 1WhatsApp Image 2025 02 09 at 21.21.53WhatsApp Image 2025 02 09 at 21.21.53 1অৱশ্যে, এই সকলো কথাৰ অন্ত পেলায় পোহৰলৈ আহিছে যে ,৬৯ বছৰীয়া বিলৰ সঙ্গীৰ নাম প”লা।

বিলে নিজে কয় যে,”মই ভাগ্যৱান যে প’লা মোৰ প্ৰেমিকা। মই সম্পৰ্কটোক যথেষ্ট গুৰুত্ব দিওঁ। আমি যথেষ্ট আনন্দ কৰিছো, অলিম্পিকলৈ গৈছো আৰু বহুতো। ’’

বিলৰ সদ্য প্ৰকাশিত আত্মজীৱনী ‘ছ’ৰ্চ কোড’তো প’লাৰ কথাও উল্লেখ আছে । বিলে ৰিপ’ৰ্ট জনাই যে তেওঁৰ কিতাপৰ পাণ্ডুলিপিৰ প্ৰধান পাঠক আছিল প’লা।

২০২৩ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে দুয়োকে একেলগে দেখা গৈছিল। মেলবৰ্ণত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়ান অ’পেন চাবলৈ গৈছিল দুয়ো। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনৰ ঠিক কাষতে প’লাৰ আসনখন আছিল।

খেলখনৰ পাছত, দুয়ো মেলবৰ্ণ চহৰত একেলগে খোজ কাঢ়িবলৈ ওলাইও গৈছিল। তেওঁলোকৰ একেলগে খোজ কঢ়াৰ ভঙ্গীয়ে গভীৰ বন্ধুত্বৰ বিষয়ে অৱগত কৰে ।

ইয়াক লৈ বহুত আলোচনাও হয়। তাৰ পাছত, বহুবাৰ দুয়োকে একেলগে দেখা যায় । প’লা বিলতকৈ সাত বছৰ সৰু। তেওঁৰ বয়স বৰ্তমান ৬২ বছৰ।

প’লা এটা প্ৰতিষ্ঠিত কোম্পানীৰ প্ৰযুক্তি সঞ্চালক আছিল, প’লা এতিয়া এগৰাকী অনুষ্ঠান পৰিকল্পনাকাৰী। তেওঁ বিভিন্ন কৰ্পোৰেট সংগঠনৰ অনুষ্ঠান আয়োজন কৰে।লগতে তেওঁ সামাজিক কামো কৰা দেখিবলৈ পোৱা যায় ।

বিলে ২০২১ চনত তেওঁৰ প্ৰাক্তন পত্নী মেলিণ্ডা গেটছৰ স’তে তেওঁৰ সম্পৰ্ক সমাপ্ত কৰে। ইফালে প’লাৱে ২০২১ চনত তেওঁৰ স্বামীক হেৰুৱাইছিল। প’লাৰ স্বামী মাৰ্ক হুণ্ড অৰেকলৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আছিল। ২০২১ চনত মাৰ্কৰ মৃত্যু হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bill Gates
publisher

publisher

Related Posts

Union Minister Sarbananda Sonowal in Norway:ন’ৰৱেত ভাৰতীয় সামুদ্রিক কোম্পানীসমূহৰ সৈতে জাহাজ নিৰ্মাণৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত
News

June 5, 2025
১২খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশ কৰাত নিষেধাজ্ঞা !

Dr. Tonmoy Sharma OF Guwahati  has been arrested in the US:১,৩০০ কোটিৰ বৃহৎ জালিয়াতিত যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ গুৱাহাটীৰ ডাঃ তন্ময় শৰ্মা

ষ্টীল-এলুমিনিয়ামত ৫০ শতাংশ শুল্ক, ট্ৰাম্পৰ সিদ্ধান্তত বিপদত ভাৰতীয় সংস্থা!

June 4, 2025
Morocco bans animals Sacrifice:সমাগত ঈদ ঊল আজহাৰত কোৰবানি দিয়াত নিষেধাজ্ঞা !

ইটোৰ পাছত সিটো ভূমিকম্পত ফাট মেলিল কৰাচী জেল !

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d