Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bill Gates Company Oxytech is Busy Making Mosquitoes:গৱেষণাগাৰত বৃহদাকাৰৰ মহ তৈয়াৰত ব্যস্ত বিল গেটছৰ প্ৰতিষ্ঠান অক্সিটেক

publisher by publisher
August 27, 2023
in News, International
Reading Time: 2 mins read
0
Bill Gates Company Oxytech is Busy Making Mosquitoes:গৱেষণাগাৰত বৃহদাকাৰৰ মহ তৈয়াৰত ব্যস্ত বিল গেটছৰ প্ৰতিষ্ঠান অক্সিটেক
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

অন্ততঃ এশ বছৰলৈ নিশ্চিন্ত মনৰে থাকিব পাৰিব

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

Prime Minister Narendra Modi Meets Bill Gates to discuss climate issues.জলবায়ুৰ বিষয়ে আলোচনা কৰিবলৈ বিল গেটছৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীক

Bill Gates Company Oxytech is Busy Making Mosquitoes:

গৱেষণাগাৰত জন্ম দিয়া হৈছে বৃহৎ বৃহৎ আকাৰৰ মহ। বিশ্বখ্যাত প্রযুক্তিবিদ বিল গেটছৰ গৱেষণা প্রতিষ্ঠান অক্সিটেক এতিয়া ব্যস্ত মহ তৈয়াৰ কৰাত। কিন্তু কি কাৰণত প্ৰতিষ্ঠানটোৱে মহ তৈয়াৰ কৰিছে।জানিলে আপুনি আচৰিত হ’ব। গাড়ী, ঘৰ বা কোনো যন্ত্রপাতি নিৰ্মাণ নহয়, গেটছৰ অক্সিটোক ব্যস্ত বৃহদাকাৰৰ মহ তৈয়াৰ কৰাত।

ADVERTISEMENT

কিন্তু এই বৃহৎ আকাৰৰ মহবোৰ হৈছে ভাল মহ। ‘ইউপাৰ মছকিউটো আচলতে আন এবিধ মহ যিকোনো ৰোগ সংক্ৰমিত নকৰে। অর্থাৎ ই আন মহৰ দৰে মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। ‘ছুপাৰ মছকিউটো হৈছে এবিধ ভাল মহ। কিন্তু মানৱৰ কি কামত আহিব এই ভাল মহ ?

অগ্নিটেকে প্ৰকাশ কৰা অনুসৰি, প্ৰতি বছৰে বিশ্বত মহজনিত নানা ৰোগত আক্ৰান্ত হৈ কমেও ছয় লাখ মানুহৰ মৃত্যু হৈ আহিছে। মহবাহিত এইসমূহ ৰোগত ভিতৰত আছে ডেংগী, মেলেৰিয়া, চিকুলগুন্যাৰ দৰে ভয়ংকৰ ৰোগসমূহ। গেটছৰ গৱেষণা প্ৰতিষ্ঠান অক্সিটেকে জনোৱা অনুসৰি, এইবোৰ ৰোগ বিশ্বৰ পৰা নিৰ্মূল কৰিবলৈকে তেওঁলোকে গৱেষণাগাৰত তৈয়াৰ কৰিছে বৃহৎ বৃহৎ আকাৰৰ ভাল মহ।

এই মহে ৰোগ সৃষ্টি নকৰে, বৰঞ্চ নানা মহবাহিত ৰোগৰ পৰা মানুহক সুৰক্ষা প্ৰদান কৰিব। ব্ৰিটেইনত থকা গেটছৰ গৱেষণাধর্মী সংস্থা অক্সিটেকৰ মতে, ইঞ্জিনীয়াৰিং পদ্ধতিৰে তৈয়াৰ কৰা এইসমূহ প্রকাণ্ড মহৰ ভিতৰত আছে এক বিশেষ ধৰণৰ জিন। এই জিনে আন মহৰ অৰ্থাৎ মানৱৰ বাবে ক্ষতিকাৰক ৰোগসমূহ।মহৰ প্ৰজনন প্ৰতিৰোধ কৰিব পাৰে ।

গৱেষক প্ৰতিষ্ঠান অক্সিটেকে জনোৱা অনুসৰি, তেওঁলোকে গৱেষণাগাৰত তৈয়াৰ কৰা বৃহৎ বৃহৎ আকাৰৰ মহবোৰ হৈছে মতা বা পুৰুষ মহ। স্ত্রী মহৰ স’তে বৃহৎ আকাৰৰ এই মতা মহৰ মিলন হ’লে স্ত্ৰী মহৰ মৃত্যু হ’ব । ইয়াৰ ফলত নতুনকৈ মহৰ জন্ম হ্ৰাস পাব। অর্থাৎ মহৰ জন্ম নিয়ন্ত্ৰণ সম্ভৱ হ’ব।

মহৰ জন্ম নিয়ন্ত্ৰণ হ’লে মহৰ সংখ্যা সীমিত হ’ব আৰু ফলত মহবাহিত ৰোগৰ প্রকোপো হ্রাস পাব। অক্সিটেকে তৈয়াৰ কৰা এই প্ৰকাণ্ড আকাৰৰ মহ কোনো ব্যক্তি বা প্রতিষ্ঠানে বিচাৰিলে ক্ৰয় কৰিব পাৰিব।

মহ সমূহ কিনি নিজৰ অঞ্চলত বা ঘৰৰ আশে-পাশে এৰি দিলে উক্ত স্থানত মহৰ প্ৰজনন হ্ৰাস পাব আৰু ইয়াৰ জৰিয়তে সহজে নিয়ন্ত্ৰণ কৰিব পাৰিব মহৰ দ্বাৰা সৃষ্টি হোৱা ডেংগ, চিকুলগুন্যা, ‘মেলেৰিয়াসহ নানা ভয়াবহ ম’হক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bill GatesBusy Making MosquitoesCompany Oxytech
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d