Rtd.Acs Officer :
শিপিনী নিযুক্তি কেলেংকাৰী তথা ভূমি ক্ৰয়ৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্তৰ সন্মুখীন হোৱা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ ৰহস্যজনক মৃত্যু ৷
ADVERTISEMENT
উল্লেখ্য যে হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা কবিতা ডেকাৰ জালুকবাৰীৰ বাসগৃহত কিছুদিন পূৰ্বে চিএম ভিজিলেঞ্চে চলাইছিল তালাচি ৷ এনে ঘটনাক্ৰমৰ মাজতে বৃহস্পতিবাৰে পুৱা নিজ বাসগৃহ উদ্ধাৰ হয় ডেকাৰ নিথৰ দেহ ৷
সন্দেহ কৰা মতে ,চিএম ভিজিলেঞ্চৰ গোচৰৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰিছিল অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া গৰাকী ৷