Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Budget 2024-25:অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৪-২৫ চতুৰ্থখন পূৰ্ণাংগ বাজেট

সংস্কৃত শ্লোকেৰে বাজেট ভাষণ আৰম্ভ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক শলাগ, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো শ্ৰেণীক সন্তুষ্ট কৰাৰ চেষ্টা চৰকাৰৰ

publisher by publisher
February 12, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Assam Budget 2024-25:অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ২০২৪-২৫ চতুৰ্থখন পূৰ্ণাংগ বাজেট
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Assam Budget 2024-25:

বহু প্রতীক্ষাৰ অন্তত বিধানসভাত দাখিল কৰা হৈছে চতুৰ্থখন পূৰ্ণাংগ বাজেট।সকলোৰে বাবে এখন উন্নয়নমূলক বাজেট প্ৰস্তুত কৰা বুলি মন্তব্য কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে ২০২৪-২৫ বৰ্ষৰ বাজেট। সংস্কৃত শ্লোকেৰে বাজেট ভাষণ আৰম্ভ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক শলাগ লয় ৷  লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো শ্ৰেণীক সন্তুষ্ট কৰাৰ চেষ্টা চৰকাৰৰ। ২০২২-২৩ বৰ্ষৰ জনমুৰি আয় ১,২০,৩৩৬ কোটি । ২০২২-২৩ বৰ্ষৰ জনমুৰি আয় ১.৩৫ লাখ টকা হ’ব ৷ বাজেট ব্যয় ২০১৫-১৬ত আছিল ৪১,৯৩১ কোটি টকা ৷ ২০২২-২৩ বাজেট ব্যয় ১.২৭ কোটি টকা বৃদ্ধি ৷ ঘৰুৱা উৎপাদন ৫.৭ লাখ কোটি কৰাৰ লক্ষ্যস্থিৰ ৷ ২০২৪-২৫ বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৬.৩৯ লাখ কোটি টকালৈ বৃদ্ধি পাব বুলি বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে ৷

ADVERTISEMENT

বাজেটৰ কিয়দাংশ:

বিগত ৯ বছৰত দৰিদ্ৰৰ বাবে যথেষ্ট চিন্তা কৰা হৈছে। দেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তৰ চেষ্টা অসম চৰকাৰৰ। বিগত তিনি বছৰত ৰাজ্যত দ্রুত উন্নয়ন হৈছে। লগতে, আগন্তুক ২৫ বছৰত দেশত দ্রুত উন্নয়ন হৈছে।

বাজেটত লোৱা কেতবোৰ আঁচনি:
১ /১০ লাখ ছাত্ৰ–ছাত্ৰীলৈ নামভৰ্তিৰ ক্ষেত্ৰত উদগণি হিচাপে বিত্তীয় অনুদান ৷
সেই অনুসৰি ,একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীলৈ ১০ হাজাৰকৈ টকা,স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰীলৈ ১২,৫০০ টকা ৷ এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য ৷

২/ বৰ্তমান ৰাজ্যখনত ৩৭,৭০০ কোটি টকাৰ প্ৰকল্প নিৰ্মাণ চলি আছে ৷ ৮টা বহিঃসাহায্যৰ প্ৰকল্পৰো কাম হাতত লোৱা হৈছে ৷ মুঠ ৫৮ হাজাৰ ৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণাধীন প্ৰকল্পসমূহ ৷

৩/ শিপিনীলৈ ১৪ কোটি টকা খৰচ কৰি ১০০০খন তাঁতশাল (মইনা শাল) প্ৰদান কৰা ৷
৫/’মৰাণস্থিত পদ্মশ্ৰী হেমপ্রভা চুতীয়াৰ বাসগৃহত হস্ততাঁত প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷
৬/ ৫ কোটি টকাৰে গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ত দুটা নতুন ষ্টার্ট-আপ ইনকুবেছন হাব স্থাপন কৰা হ’ব ৷
৭/’ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫ কোটি টকা ধার্য ৷
৮/অসমত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে ২৫ কোটি টকাৰ ৰাজসাহায্য আগবঢ়োৱা হ’ব ৷
৯/অসম আৰক্ষীত অগ্নিবীৰৰ বাবে ১০% পদ সংৰক্ষণৰ ব্যৱস্থা কৰিব ৷
১০/কণীৰ উৎপাদন বৃদ্ধিৰ বাবে কম খৰচত পুহিব পৰা কুকুৰাৰ যোগান ধৰা হ’ব। ইয়াৰ বাবে বাজেটত ২৫ কোটি ধার্য ৷
১১/ পুণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰ তীৰ্থযাত্ৰীক ৰাম মন্দিৰ দৰ্শনৰ সুবিধা দিয়া হ’ব ৷

আনহাতে বিত্তমন্ত্ৰী গৰাকীয়ে তেওঁৰ বাজেট ভাষণত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত অন্তভুৰ্ক্ত কৰা আঁচনি সমূহ উল্লেখ কৰে ৷ আঁচনি সমূহ হ’ল মুখ্যমন্ত্রী নিযুত মইনা,মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, অৰুণোদয় ২.০, অসম মাইক্র’ ফাউনেন্স উদগনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, পুণ্য তীর্থ যোজনা, অযোধ্যালৈ তীর্থযাত্রা,১ লাখ প্লাছ নিযুক্তি, অমৃত কালৰ বাবে প্রকল্প,বিকাশ কৰিড’ৰ সৃষ্টি, মুখ্যমন্ত্রী আৱাস যোজনা (গ্রামীণ),বানপানীৰ দিশ সলনিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয়সমূহৰ সংলগ্নকৰণৰ উদ্ভাভনমূলক পদক্ষেপ, সেউজ অসমৰ বাবে সেউজ বিকাশ,চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ,সাংস্কৃতিক পৰিচয়ৰ অন্বেষণ, শিশুৰ উজ্বল ভবিষ্যতৰ বাবে প্রকল্প, ১২৬টা সমষ্টিত খেল মহাৰণ আৰু যুৱ সংঘ,২০২৪ বৰ্ষৰ নৱেম্বৰত বিনিয়োগকাৰীৰ সম্মিলন, মুখ্যমন্ত্রী সংগ্রহালয় ৷

একেদৰে বাজেটত অন্তভুৰ্ক্ত কৰা আন আন আঁচনি সন্দৰ্ভত আৱন্টিত পুঁজি ৰূপৰেখা ৷ পি এম বিশ্বকর্মা যোজনাৰ অধীনত ১৮ টা শাখাৰ কাৰুশিল্পী-কাৰিকৰলৈ ১৫ হাজাৰকৈ উদগণিমূলক পুঁজি প্রদান কৰা হ’ব ৷ ২০২৪-২৫ত ২ হাজাৰখন পাৱাৰ টিলাৰ, ৭০খন ট্ৰেক্টৰ, ২০০খন থ্রেচাৰ, ২০০টা ৰিপাৰ, ১০টা পেডি ট্ৰেন্সলেটৰ বিতৰণ কৰা হ’ব’ ৷

প্রধানমন্ত্রী সূর্যোদয় যোজনাৰ আৰ্হিত অসমতো সৌৰশক্তি ব্যৱস্থা ৰূপায়ণ কৰিব ৷
‘অসমতো ‘মিচন লাইফ’লাইফষ্টাইল ফৰ এনভাৰোনমেণ্টৰ ৰূপায়ণৰ ঘোষণা ৷
আনহাতে ‘অসমত ১০খন আদর্শ জলবায়ু স্থিতিস্থাপক গাঁও গঢ়ি তোলাৰ লগতে গুৱাহাটীত ১,০০০ একৰ ভূমিত Amrit GiG চিটী গঢ়ি তোলা হ’ব ৷
আয়ুষ্মান ভাৰত-প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ সৈতে মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা সংলগ্ন কৰি প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৫ লাখ টকাৰ নগদ বিহীন চিকিৎসাৰ সুবিধা ৷ আয়ুষ্মান অসম-মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাৰ আৰম্ভ কৰা হ’ব, পেঞ্চনাৰ, চৰকাৰী বিষয়া-কৰ্মচাৰীয়েও পাব সুবিধা ৷

আনহাতে,উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰিত হ’ব গুৱাহাটী উচ্চ ন্যায়ালয় ৷ অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে ৫৩ বিধ বাণিজ্যিক প্ৰজাতিৰ ১ কোটি গছ ৰোপণ
ম’বাইল এপত ৪৮ হাজাৰ লোকে পঞ্জীয়ন কৰিছিল নাম৷ এইবছৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৷ এই আঁচনিৰ বাবে ৪০ কোটি টকা আৱণ্টন ৷

ইপিনে,যোৱা ৩ টা বছৰত ২০৫ কি.মি. নতুন মথাউৰি নিৰ্মাণ ৷ ১ হাজাৰ কি.মি. মথাউৰিক পথ মথাউৰিলৈ ৰূপান্তৰ৷ ৫২০ কোটি টকা ব্যয়ৰে ৫০টা মথাউৰিৰ উন্নীতকৰণৰ বাবে বাজেটৰ অনুমোদনৰ কথা উল্লেখ কৰা হয় ৷ আনহাতে,ৰাজ্যৰ ১২ লাখ লোকে লাভ কৰিছে মাইক্ৰ’ফাইনেঞ্চ ঋণ৷ ইয়াৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৫০০ কোটি টকা আৱণ্টন দিয়া হয় বাজেটত ৷

মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১৩ হাজাৰ গৃহ চাহ জনজাতিলৈ ৷ পিএমএৱাইৰ অধীনত ২ কোটি আৱাসগৃহই উপকৃত কৰিব অসমক ৷ এই আঁচনিৰ অধীনত ৬০০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে ৷

বাজেটত অসম আৰক্ষীৰ বাবেও বসবাসৰ সুব্যৱস্থা কৰা হৈছে ৷ সেই অনুসৰি আগন্তুক পাঁচটাবৰ্ষত দুই শোৱনি কোঠাযুক্ত ১০ হাজাৰ নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে ২০২৪-২৫ বৰ্ষত ২ হাজাৰটা গৃহ নিৰ্মাণৰ লক্ষ্য৷ এই প্ৰকল্পৰ বাবে ১৫০ কোটি টকা ধাৰ্য বাজেটত ৷

আনপিনে, প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম ২৫ হাজাৰ টকাৰ বেংকৰ ঋণৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিগৰাকীয়ে হিতাধিকাৰীয়ে ঋণ হিচাপে লাভ কৰিব ন্যূনতম ৪৭,৫০০ টকা ৷২৭ লাখৰো অধিক হিতাধিকাৰীলৈ অৰুণোদয় আঁচনি দিয়া হ’ব ৷

ৰাজ্যৰ শক্তিখণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে ১ হাজাৰ মেগাৱাট সৌৰশক্তি স্থাপনত ভাৰত চৰকাৰৰ অনুমোদন লাভ কৰা হৈছে বুলি উল্লেখ কৰি অজন্তা নেওগে কয়,শীঘ্ৰে কাৰ্যক্ষম হৈ উঠিব কপিলী জলবিদ্যুৎ প্ৰকল্প৷ চলিত বৰ্ষৰ শেষৰ ভাগলৈ সম্পূৰ্ণ হ’ব কাম ৷ ১২০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য ৷

চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ শিল্লীলৈ সাহায্য প্ৰদানৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত ৷ সেই অনুসৰি ৫ বছৰৰ বাবে পাবলগীয়া ধনৰ ৫০ শতাংশ আগবঢ়াব অসম চৰকাৰে ৷ একেদৰে ৰাজ্যত ৫০টা নতুন চলচ্চিত্ৰ গৃহৰ প্ৰস্তাৱ লোৱা হৈছে সদৰি কৰি নেওগে কয়, চলচ্চিত্ৰ গৃহৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত ৷

আনহাতে,কিংবদন্তি শিল্পীৰ সোঁৱৰণত তিনিটাকৈ সাংস্কৃতিক অনুষ্ঠানৰ কথা উল্লেখ কৰি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু বিষ্ণুৰাভাৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷ খেল মহাৰণ আৰু যুৱ সংঘলৈ বিশেষ প্ৰস্তাৱৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীয়ে ১২৬ বিধানসভা সমষ্টিত সামগ্ৰী ভঁৰালৰ বাবে ১৫ লাখকৈ টকা ৷কোকৰাঝাৰত উচ্চ কাৰ্যক্ষম ক্ৰীড়াকেন্দ্ৰ স্থাপনৰ পৰিকল্পনা ৷ নতুন প্ৰকল্পৰ বাবে ২৮.৩০ কোটি টকা ধাৰ্য কৰা হৈছে ৷

ৰাজ্যৰ ৩২২খন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ২,৩৬৯. ৮৬ কোটি টকা ধাৰ্য কৰা হৈছে ৷ বাগিচা অঞ্চলত ১০০খন নতুন আদৰ্শ বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰি ৫০ শতাংশ পাঠ্যক্ৰম মাচুলৰ জলপানিৰ সিদ্ধান্ত সনিবিষ্ট কৰা হৈছে ৷ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়লৈ ২০ কোটি টকা ।

ৰাজ্য নতুন নিযুক্তিৰ বিষয়ে বাজেট ভাষণত বিত্তমন্ত্ৰী নেওগে কয়,৩৫,৯১০ টা পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন ৷ মুঠ ১,৩০,৪১৬ টা চৰকাৰী চাকৰিত নিযুক্তি পাব নিৱনুৱাই ৷

আনহাতে বাজেটত চৰকাৰী চাকৰিয়াল নথকা পৰিয়ালত নিযুক্তিৰ চেষ্টাৰ কথা উল্লেখ কৰি চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীয়ে নিযুক্তি সম্বন্ধীয় পৰীক্ষাত অতিৰিক্ত হিচাপে নম্বৰ পাব ৫% ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam AssemblyAssam Budget 2024-25Cm Himanta Biswa SarmaFinance Minister Ajanta Neug
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d