Rtd.Acs Officer : চৰমপন্থা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ ৰহস্যজনক মৃত্যু

kabita 1

Rtd.Acs Officer :

শিপিনী নিযুক্তি কেলেংকাৰী তথা ভূমি ক্ৰয়ৰ অভিযোগত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ তদন্তৰ সন্মুখীন হোৱা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ ৰহস্যজনক মৃত্যু

ADVERTISEMENT

উল্লেখ্য যে হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা কবিতা ডেকাৰ জালুকবাৰীৰ বাসগৃহত কিছুদিন পূৰ্বে চিএম ভিজিলেঞ্চে চলাইছিল তালাচি ৷ এনে ঘটনাক্ৰমৰ মাজতে বৃহস্পতিবাৰে পুৱা নিজ বাসগৃহ উদ্ধাৰ হয় ডেকাৰ নিথৰ দেহ

সন্দেহ কৰা মতে ,চিএম ভিজিলেঞ্চৰ গোচৰৰ পিছৰে পৰা মানসিকভাৱে ভাগি পৰিছিল অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া গৰাকী ৷

Exit mobile version