Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home northeast

মণিপুৰত বিসম্বাদৰ ধুমুহাত জৰ্জৰিত শাসকীয় বিজেপি

publisher by publisher
February 14, 2025
in northeast
Reading Time: 1 min read
0
Manipur CM N Biren Singh :মুখ্যমন্ত্ৰী বীৰেনৰ পদত্যাগৰ আঁৰত?
1
SHARES
11
VIEWS
ShareShareShareShare

মণিপুৰত বিসম্বাদৰ ধুমুহাত জৰ্জৰিত শাসকীয় বিজেপি

 বাছনি নহ’ল মুখ্যমন্ত্ৰী : অৱশেষত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ

গোষ্ঠী সংঘর্ষই অৰাজক কৰি তোলা মণিপুৰত শাসকীয় বিজেপি বিসম্বাদৰ ধুমুহাত জৰ্জৰিত হৈছে। দলৰ বাহিৰে-ভিতৰে সৃষ্ট চাপত বাধ্য হৈ অলপতে পদত্যাগ কৰা মুখ্যমন্ত্ৰী নংথ’মবাম বীৰেন সিঙৰ উত্তৰসুৰি বাছনি কৰাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনহে বলৱৎ কৰে।

ADVERTISEMENT

লক্ষ্যণীয় যে সদ্যপদত্যাগী মুখ্যমন্ত্রী বীৰেন সিঙৰ বিৰুদ্ধে দলৰে একাংশ মন্ত্রী-বিধায়ক দীর্ঘদিন ধৰি সৰৱ হৈ আছিল। সিঙৰ বিৰুদ্ধে এইসকল মন্ত্ৰী-বিধায়কে আঠ বিদ্রোহ ঘোষণা কৰাৰ সমান্তৰালভাৱে দলত বিসম্বাদেও গা কৰি উঠাৰ আভাস সম্প্ৰতি স্পষ্ট হৈছে।

RelatedPosts

No Content Available

এনে বিসম্বাদৰ ওচৰত শিৰনত কৰি কেন্দ্ৰই নতুন মুখ্যমন্ত্ৰী বাছনিৰ পৰিৱৰ্তে ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনহে বলৱৎ কৰা বুলি চৰ্চিত হৈছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি সম্পৰ্কত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৰ কাৰ্যালয়ে এক বিবৃতিত কয়, ‘(মণিপুৰৰ) ৰাজ্যপাল অজয় ভাল্লাৰ পৰা পোৱা এক প্রতিবেদন আৰু ম‍ই পোৱা অন্যান্য তথ্যৰ ভিত্তিত বোধগম্য হয় যে দেশৰ সংবিধান অনুসৰি ৰাজ্যখনত চৰকাৰ চলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।’

ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰিছে বুলি বিবৃতিটোত উল্লেখ আছে। ৰাষ্ট্ৰপতিৰ হৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে ২০২৩ৰ মে’ত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত ঘটা মণিপুৰৰ সদ্যপদত্যাগী মুখ্যমন্ত্রী সিঙৰ প্ৰৰোচনাত ৰাজ্যখনত এই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয় বুলি বিৰোধী পক্ষই অভিযোগ উত্থাপন কৰি আহিছে। আনকি ভাইৰেল হোৱা এটা অ’ডিঅ’ত সিঙৰ কণ্ঠৰ স’তে ৯৩ শতাংশ মিল থকা এক কণ্ঠই ৰাজ্যখনত গোষ্ঠী সংঘর্ষ সৃষ্টিত উচটনি যোগোৱা বুলি মন্তব্য কৰিছে।

এই বিতর্কিত অ’ডিঅ’ পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ উচ্চতম ন্যায়ালয়ে ফৰেনচিক বিশেষজ্ঞলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াক লৈ সদ্যপদত্যাগী মুখ্যমন্ত্রী সিং দেশজুৰি চৰ্চালৈ অহাৰ সময়তে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ যো-জা চলায় বিৰোধী কংগ্ৰেছে।

যোৱা বুধবাৰৰ পৰা মণিপুৰ বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হোৱাৰ কথা আছিল। এই অধিবেশনৰ প্ৰথম দিনটোতে সিঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পৰিকল্পনা প্রস্তুত কৰে কংগ্ৰেছে।

বিৰোধীৰ এই অনাস্থা প্ৰস্তাৱ উত্থাপনৰ সময়ত দলীয় হুইপ অমান্য কৰি একাংশ বিজেপি মন্ত্ৰী-বিধায়ক সদনত উপস্থিত নথকাৰ ইংগিত দিয়ে। ইয়াক লৈ শ’লঠেকত পৰাৰ আশংকা কৰি সিঙে বিধানসভাৰ অধিবেশন আৰম্ভ হোৱাৰ আগদিনা সন্ধিয়া পদত্যাগ কৰে।

তেওঁৰ পদত্যাগৰ লগে লগে ৰাজ্যপাল ভাল্লাই বিধানসভাৰ অধিবেশন স্থগিত ৰখা বুলি ঘোষণা কৰে। উল্লেখ্য যে আজি ভংগ হোৱা (৬০খন আসন বিশিষ্ট) মণিপুৰ বিধানসভাত বিজেপিৰ ৩৭জনসহ এনডিএৰ ৪৭জন বিধায়ক থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ পাঁচজন, এনপিপিৰ পাঁচজন আৰু কেপিএৰ দুজন বিধায়ক আছিল।

গতিকে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে এটা দল বা মৰ্চাক ন্যূনতম ৩১জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। এই ন্যূনতম সীমাতকৈ অধিক বিধায়ক থকাৰ পাছতো বিজেপিৰ নেতৃত্বাধীন এনডিএই নতুন মুখ্যমন্ত্ৰী বাছনিৰ পৰা বিৰত থাকে।

সেয়েহে ৰাজ্যখনত বিজেপিৰ অভ্যন্তৰত এক জটিল বিসম্বাদৰ সৃষ্টি হোৱা বুলি চৰ্চিত হৈছে।

মণিপুৰত ১১বাৰ, দেশত ১৩৪ বাৰ

ঘোষিত ৰাষ্ট্ৰপতি শাসন কোনো ৰাজ্য বা অঞ্চলত সাংবিধানিক সংকট ঘটিলে কেন্দ্ৰই দেশৰ সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত সেই ৰাজ্য বা অঞ্চলত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰে।

কোনো ৰাজ্য বা অঞ্চলত ৰাষ্ট্ৰপতি শাসন ঘোষিত হোৱাৰ লগে লগে সেই ৰাজ্য বা অঞ্চলৰ শাসন ক্ষমতা কেন্দ্ৰলৈ হস্তান্তৰ হয়। আনহাতে, সেই ৰাজ্য বা অঞ্চলৰ বিধায়িনী তথা আইন প্ৰণয়ন ক্ষমতা সংসদলৈ হস্তান্তৰিত হয়।

তথ্য অনুসৰি ১৯৫০ৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত বৰ্তমানলৈ ১৩৪ বাৰ ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছে। এই সময়ছোৱাত সঘনে ৰাষ্ট্ৰপতি শাসন বলৱৎ হয় মণিপুৰ আৰু উত্তৰ প্ৰদেশত।

আনহাতে, বৰ্তমানলৈ দীৰ্ঘতম সময়ৰ ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছে জম্মু-কাশ্মীৰত। ৰাজ্যখনত এবাৰ একেৰাহে ১২ বছৰৰো অধিক কাল ৰাষ্ট্ৰপতি শাসন বলৱৎ আছিল। মণিপুৰত এইবাৰকে ধৰি মুঠ ১১ বাৰ ৰাষ্ট্ৰপতি শাসন ঘোষিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: মণিপুৰ
publisher

publisher

Related Posts

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ
northeast

January 5, 2026
Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং
northeast

Shillong:আন্তর্জাতিক খ্যাতিসম্পন্ন শিল্পীৰ অন্যতম লক্ষ্যস্থলীত পৰিণত শ্বিলং

February 18, 2025
Manipur:দুই সহকর্মীক হত্যা কৰি নিজেও আত্মহত্যা মণিপুৰৰ CRPF জোৱানৰ!
India

Manipur:দুই সহকর্মীক হত্যা কৰি নিজেও আত্মহত্যা মণিপুৰৰ CRPF জোৱানৰ!

February 14, 2025
AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
News

June 18, 2023
PLA : অৰুণাচনত চীনা সেনা হাতত ‘ অপহৃত’কিশোৰৰ সন্ধান লাভ
northeast

PLA : অৰুণাচনত চীনা সেনা হাতত ‘অপহৃত’ কিশোৰৰ সন্ধান লাভ

January 23, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d