Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

সকলো জাতি আৰু ধৰ্মালম্বীলোকৰ ঐক্যবদ্ধ শক্তি অগপঃ অতুল বৰা

publisher by publisher
June 18, 2023
in Assam, News, northeast, Politics
Reading Time: 1 min read
0
AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

AGP Legislative Party meeting in Ambari: মহানগৰীৰ আমবাৰীত অগপৰ বিধায়িনী দলৰ বৈঠক

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Ramendra Narayan Kalita:অগপৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ 

AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

ADVERTISEMENT

সমাগত নিৰ্বাচনবোৰত অগপক শক্তিশালীভাৱে অৱতীৰ্ণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে।

ইতিমধ্যে অসম গণ পৰিষদ দলে আয়োজন কৰি অহা লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনসমূহত ই পৰিস্ফুট হৈ উঠিছে।

দেওবাৰে ধুবুৰী জিলাত অনুষ্ঠিত ধুবুৰী লোকসভা সমষ্টিভিত্তিক কৰ্মকৰ্তা সন্মিলনে এই কথা পুনৰ প্ৰতীয়মান কৰিলে।

ধুবুৰী লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা এই বিশেষ কৰ্মকৰ্তা সন্মিলনত সভাপতিত্ব কৰি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, দলৰ মূল চালিকাশক্তি হৈছে তৃণমূল পৰ্যায়ৰ কৰ্মী তথা নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ ত্যাগ আৰু কষ্ট।

দলৰ এই অক্লান্ত সৈনিকসকলৰ বাবে অগপ দল ৰাইজৰ আস্থভাজন হৈ আছে আৰু হৈ থাকিব বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে জাতি-ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতি তথা খিলঞ্জীয়াৰ স্বাধিকাৰ ৰক্ষাৰ বাবে অগপই সদায় যুঁজি আহিছে আৰু যুঁজি যাব বুলি মন্তব্য কৰে।

দীঘলীয়া সময় ধৰি ৰাজনীতিৰ নামত ৰাজনীতি কৰি অহা কংগ্ৰেছ,এ আই ইউ ডি এফ দলে সংখ্যালঘু লোকসকলৰ বাবে একো নকৰিলে ।সংখ্যালঘুৰ নামত ঘৰিয়ালৰ চকুপানী টুকি ৰাজনীতিহে কৰিলে। সংখ্যালঘু জনসাধাৰণৰ সামগ্ৰীক উন্নয়ণৰ স্বাৰ্থত সংখ্যালঘু লোকসকলেও সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ৰাজ্যখনৰ ৰাজনীতিৰ পৰা চিৰ বিদায় দি ৰাজ্যখনৰ সামুহিক বিকাশ আৰু উন্নয়ণত অংশীদাৰ হবলৈ সংখ্যালঘু ৰাইজক বৰাই মুকলি আহ্বান জনায়। অসম গণ পৰিষদ দল ৰাজ্যখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকৰ বিশ্বাসযোগ্য দল।

খিলঞ্জীয়াৰ সুৰক্ষা আৰু ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ বাবে দলটো দায়বদ্ধ বুলি মন্তব্য কৰি বৰাই আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে নিশ্চিত ভাৱে লোকসভাত প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে।

সভাত বৰাই ধুবুৰীবাসীৰ আস্থা, মৰম আৰু বিশ্বাসক শিৰোধাৰ্য কৰি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত দলৰ কৰ্মকৰ্তাসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ দলৰ প্ৰতিজন নেতা-কৰ্মীক আহ্বান জনায়।

অগপ শক্তিশালী মানেই আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা আৰু আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা বুলি মন্তব্য কৰি বৰাই আজিৰ সভাতেই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা সকলোকে অগপৰ বৃহৎ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনায় আৰু অগপৰ নীতি-আদৰ্শত ব্ৰতী থাকি দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ দল তথা ৰাইজৰ হকে অনাগত দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

আনহাতে প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা অগণন কৰ্মকৰ্তাৰ উপস্থিতিত ধুবুৰী জিলা পুথিভঁৰালত আয়োজিত এই বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি অগপ দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কৰ্মকৰ্তা সকলৰ অভূতপূৰ্ব উৎসাহ-উদ্দীপনা আৰু স্বতঃস্ফূৰ্ত সঁহাৰিয়ে অসম গণ পৰিষদৰ অপ্ৰতিৰোধ্য শক্তি পুণৰবাৰ প্ৰতীয়মান কৰিলে বুলি উল্লেখ কৰে।

অসম গণ পৰিষদৰ আদৰ্শ আৰু দৃষ্টিভংগীৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ, এআইইউডিএফ আদি দলৰ শতাধিক কৰ্মীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিয়ে দলত যোগদান কৰাত সকলোকে আদৰনী জনাই কয় যে, ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন আৰু প্ৰগতিয়ে অসম গণ পৰিষদৰ লক্ষ্য।

প্ৰগতিৰ যাত্ৰাক দুৰন্ত গতিৰে আগুৱাই লৈ যোৱাৰ বাবে অসম গণ পৰিষদ সদায় বদ্ধপৰিকৰ ৷ ৰাজ্যখনত বিৰামহীন উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবে অসম গণ পৰিষদক শক্তিশালী কৰিব লাগিব বুলি কৈ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত বিৰোধীক পৰাভূত কৰিবৰ বাবে ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদতে জনসংযোগ বৃদ্ধি কৰি দলটোক শক্তিশালী কৰিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায়।

সন্মিলনত অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ তথা অগপৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা, উপ-সভাপতি জ্যোতিষ দাস, প্ৰশান্ত বৰুৱা, সুনীল ডেকা, সম্পাদক প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে অন্যান্য ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAgrAgriculture Miniser Atul boraAssam politicsঅগপঅতুল বৰা
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d