Gogamukh Students Missing: সন্ধান ওলাইছে নিৰুদ্দেশ হোৱা ৫ ছাত্ৰৰ

missing

Gogamukh Students Missing:

▶️ সন্ধান ওলাইছে নিৰুদ্দেশ হোৱা ৫ ছাত্ৰৰ ।

▶️ বৰদলনি লিটিল গড মডেল স্কুলৰ ৫ ছাত্ৰ সন্ধান উলাইছে শিলচৰত।

▶️ ৰক্তিম মুক্তিয়াৰে যোগাযোগ কৰিছে পৰিয়ালৰ লোকৰ সৈতে।

▶️ আৰক্ষীয়ে শিলচৰত উদ্ধাৰ কৰিছে ৫ ছাত্ৰক।

▶️ সম্প্ৰতি শিলচৰ আৰক্ষী থানাত আছে ছাত্ৰ কেইজন।

Exit mobile version