Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Assamese Fashion Designer Sanjukta Dutta in New Delhi: সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা

'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক অভিজাত উদযাপন, পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন

publisher by publisher
February 17, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Assamese Fashion Designer Sanjukta Dutta in New Delhi: সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ প্ৰশংসা
2
SHARES
18
VIEWS
ShareShareShareShare

Assamese Fashion Designer Sanjukta Dutta in New Delhi:

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ বস্ত্ৰৰ ডিজাইনে এইবাৰ দিল্লীত মুগ্ধ কৰিলে অজস্ৰজনক ৷ মুগ্ধ কৰিলে বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত সকলক। নতুন দিল্লীত অনুষ্ঠিত ‘ভাৰত টেক্স ২০২৫’ত তেওঁৰ নতুন ডিজাইনৰ শেহতীয়া বস্ত্ৰ সম্ভাৰৰ সংকলন ‘জোনাক – দ্য লাইট অৱ মুন’ শীৰ্ষক প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছে ।

ADVERTISEMENT
https://dainikagradoot.in/wp-content/uploads/2025/02/sanjuka-ta-video-1.mp4

তিনিবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী Publisher, নিৰ্মাতা, ৰাজ‍্যৰ এগৰাকী সুঅভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই সংযুক্তাৰ ডিজাইন পৰিধান কৰি ৰেম্পত খোজ দি এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে। আইমী বৰুৱাৰ উপস্থিতিয়ে বস্ত্ৰ সংকলন ‘জোনাক’ৰ প্ৰদৰ্শনীত সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে এই হস্ততাঁত উপজাত বস্ত্ৰ সম্ভাৰৰ জেউতি দুগুণে বৃদ্ধি কৰে।

RelatedPosts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

Aakhor AI at india Ai Impact Summit 2026:ইণ্ডিয়া এ আই ইম্পেক্ট ছামিটত অসমৰ আখৰ এ আই

ভাৰতৰ বহনক্ষম ঐতিহ্য বয়নক উদযাপন কৰা এক বৃহৎ ফেশ্বন শ্ব’ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ অংশ হিচাপে উপস্থাপন কৰা এই সংকলনে অসমীয়া হস্ততাঁত শিল্পকলাৰ কালজয়ী আভিজাত্যক দেশবাসীৰ ওচৰত উজ্জ্বল কৰি দাঙি ধৰিলে।

https://dainikagradoot.in/wp-content/uploads/2025/02/sanjukta-video-2.mp4

আলেখ ফাউণ্ডেচনে চিআইটিআই (ভাৰতীয় বস্ত্ৰ উদ্যোগ কনফেডাৰেচন)ৰ সহযোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা ‘আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ’ হ’ল বহনক্ষম আৰু পৰম্পৰাগত ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰচাৰৰ বাবে এক উপযুক্ত মঞ্চ । ইয়াতেই সোমবাৰে সংযুক্তা দত্তই নিজৰ সৃজনীশীলতাৰে প্ৰদৰ্শন কৰিলে ‘জোনাক’ নামেৰে নামকৰণ কৰা নিজৰ নতুন ডিজাইনৰ বস্ত্ৰ সম্ভাৰৰ ক’লা আৰু ৰঙা ৰঙৰ আকৰ্ষণীয় পেলেটেৰে অসমীয়া হস্ততাঁতৰ শিপিনীৰ হাতৰ যাদু। এক আবেগ, প্ৰত্যয়ৰ প্ৰতীক ৰূপে অসমীয়া তাঁতশালৰ উৎপাদিত পাট কাপোৰক অনন্য ৰূপত প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় সংযুক্তা দত্তই ৷

অসমীয়া বস্ত্ৰৰ আধুনিক ৰূপত দেশৰ ফেশ্বন জগতত আকৌ এবাৰ উজ্জীৱিত কৰি তুলিলে সংযুক্তা দত্তই ৷ সুসজ্জিত মডেলৰ দেহত ছন্দিত খোজৰ তালে তালে প্ৰদৰ্শনীৰ ৰাণৱেত সজীৱ হৈ উঠিল ‘জোনাক’ৰ বস্ত্ৰ সম্ভাৰ। ৰাণৱেত প্ৰদৰ্শিত বস্ত্ৰসম্ভাৰত গভীৰ ক’লা আৰু জুইফুল সদৃশ ৰঙা ৰঙবোৰে জোনবাইৰ স্নিগ্ধতাকহে যে দিল্লীৰ বিশাল দৰবাৰত প্ৰতিফলিত কৰিছিল ৷

বলীউডৰ অভিনেত্ৰী পুনম ধিলনে সংযুক্তা দত্তৰ শ্ব’ষ্টপাৰ হিচাপে ৰাণৱেত শোভা বঢ়াই প্ৰদৰ্শনীৰ গৰিমা বৃদ্ধি কৰি ডিজাইনসমূহক নতুন মাত্ৰা প্ৰদান কৰে । ‘জোনাক’ৰ বস্ত্ৰ ডিজাইন মূৰ্ত হৈ উঠিছিল পুনম ধীলনৰ দেহত। ডিজাইনাৰৰ সৃষ্টিশীল দৃষ্টিভংগীক ত্ৰুটিহীনভাৱে মূৰ্ত কৰি তুলিছিল অভিনেত্ৰী গৰাকীৰ উপস্থিতিয়ে ৷ এক কথাত পুনমৰ উপস্থিতিয়ে প্ৰদৰ্শিত বস্ত্ৰ সম্ভাৰৰ এক ধ্ৰুপদী গৰিমা সূষ্টিৰে দৰ্শকক আপ্লুত কৰি তুলিছিল।

https://dainikagradoot.in/wp-content/uploads/2025/02/magherita.mp4

এই নতুন বস্ত্ৰ সম্ভাৰৰ ডিজাইনৰ প্ৰেৰণাৰ বিষয়ে অসমী আইৰ সুযোগ্যা কন্যা সংযুক্তা দত্তই ব্যক্ত কৰে এইদৰে “জোনাক— জোনবাইৰ সুকোমল অথচ শক্তিশালী উজ্জ্বলতাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। এই বস্ত্ৰ সম্ভাৰৰ জৰিয়তে অসমীয়া পিট কাপোৰৰ সমৃদ্ধি আধুনিক, সাহসী অভিব্যক্তিৰ সৈতে একত্ৰিত কৰাৰ লক্ষ্যৰে আগবাঢ়িছিলো। ক’লা আৰু ৰঙা ৰং ৰহস্য আৰু আত্মবিশ্বাস দুয়োটাৰে প্ৰতীক, প্ৰতিটো বস্ত্ৰ টুকুৰাকে কালজয়ী আড়ম্বৰৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰিছো।”

নতুন দিল্লীত অনুষ্ঠিত এই ভাৰত টেক্স ২০২৫-এ “আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ”ৰ বাবে এখন নিখুঁত মঞ্চ প্ৰদান কৰে, য’ত দেশৰ আগশাৰীৰ ডিজাইনাৰ আৰু বস্ত্ৰ শিপিনীসকলে ভাৰতৰ বহনক্ষম হস্ততাঁত পৰম্পৰাক উদযাপন কৰিবলৈ একত্ৰিত হৈছিল। এই অনুষ্ঠানে দেশৰ বস্ত্ৰশিল্পৰ ফেশ্বনত উদ্ভাৱনী শক্তিক লাভান্বিত কৰাৰ লগতে থলুৱা বয়ন শিল্পৰ সংৰক্ষণ আৰু প্ৰচাৰৰ গুৰুত্ব আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে । উল্লেখ্য যে অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা।

https://dainikagradoot.in/wp-content/uploads/2025/02/msanjukta-byte.mp4

ইয়াত সংযুক্তা দত্তৰ ‘জোনাক’-এ ফেশ্বন উদ্যোগী সকল, ফেশ্বনৰ সৈতে জড়িত লোক সকলৰ লগতে বহনক্ষম বস্ত্ৰ শিল্পৰ সৈতে জড়িত সকলৰ উচ্ছ প্ৰশংসা লাভ কৰে ৷ ভাৰতীয় হস্ততাঁত শিল্পৰ অগ্ৰণী ডিজাইনাৰ হিচাবে নিজৰ উপস্থিতি পুনৰ এবাৰ প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল সংযুক্তা দত্ত |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bharat TAX 2025Fashion Designer Sanjukta DuttaIndia Global Textile Eventnew delhi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d