Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GLobal Maritime India Summit Road Show In Guwahati :ভাৰতৰ অৰ্থনীতিৰ বিকাশত শক্তি প্ৰদান কৰা অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ২০১৪ চনৰ পৰা চৰকাৰে ৫, ২০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে”: সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে বাংলাদেশ চৰকাৰ আৰু ভূটানৰ ৰাজকীয় চৰকাৰৰ প্ৰতিনিধিসকলে ৰোড শ্ব'ত অংশগ্ৰহণ কৰে

publisher by publisher
August 31, 2023
in Assam, India, News
Reading Time: 3 mins read
0
GLobal Maritime India Summit Road Show In Guwahati :ভাৰতৰ অৰ্থনীতিৰ বিকাশত শক্তি প্ৰদান কৰা অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ২০১৪ চনৰ পৰা চৰকাৰে ৫, ২০০ কোটিতকৈও অধিক পুঁজি বিনিয়োগ কৰিছে”: সৰ্বানন্দ সোণোৱাল
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

GLobal Maritime India Summit Road Show In Guwahati :

বিশ্ব সামুদ্রিক ভাৰত সন্মিলন, ২০২৩ (জিএমআইএছ)ৰ গুৱাহাটীৰ ৰোড শ্ব’ বৃহস্পতিবাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

ADVERTISEMENT

এই ৰোড শ্বত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু বিমল বড়া, অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী মামা নাটুং, নাগালেণ্ড চৰকাৰৰ উপদেষ্টা (পৰিবহণ আৰু কাৰিকৰী শিক্ষা) তথা বিধায়ক টেমজেনমেনবা; বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি. কে. ৰামচন্দ্ৰন, ৰাষ্ট্ৰীয় শিপিং ব’ৰ্ডৰ (এনএছবি) অধ্যক্ষ সঞ্জীৱ ৰঞ্জন, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়ৰ উপৰি বাণিজ্য খণ্ডৰ লগতে সামুদ্রিক খণ্ডৰ অন্যান্য গণ্য-মান্য ব্যক্তি আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত বিশ্ব সামুদ্রিক ভাৰত সন্মিলন ২০২৩ৰ ৰোড শ্বত উত্তৰ-পূব ভাৰতৰ কৰ্প’ৰেট জগতৰ অগ্ৰণী ব্যক্তি, চৰকাৰী বিষয়া, দূৰদৰ্শী চিন্তাৰ টেকন’ক্রেট আৰু ৰাজনৈতিক নেতাসকল উপস্থিত আছিল। আগন্তুক জিএমআইএছ ২০২৩ত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি ভাৰতীয় অৰ্থনীতিৰ বাবে এক নতুন পথ নিৰ্ধাৰণৰ সুযোগ অন্বেষণ কৰিবলৈ সমবেত লোকসকলক আমন্ত্রণ জনায় কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে।

এই ৰোড শ্ব’ৰ উদ্দেশ্য হৈছে সামুদ্রিক খণ্ড আৰু আভ্যন্তৰীণ জলপথ উদ্যোগৰ সকলো অংশীদাৰৰ সৈতে জড়িত হৈ আগন্তুক তৃতীয় বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন ২০২৩ (জিএমআইএছ)ৰ সফলতাৰ পথ প্ৰশস্ত কৰা। এই অনুষ্ঠানৰ আন এক উদ্দেশ্য আছিল সামুদ্রিক খণ্ডত সম্ভাৱনা অন্বেষণৰ দিশত অভ্যন্তৰীণ জলপথৰ ভূমিকা জগাই তোলা আৰু আঞ্চলিক বিকাশৰ বাবে জলপথৰ ব্যৱহাৰ আৰু সামুদ্রিক আন্তঃগাঁথনি, বাণিজ্য আৰু উন্নয়ন ত্বৰান্বিত কৰা আৰু এইক্ষেত্ৰত উত্তৰ-পূব অঞ্চলটোৰ প্ৰৱেশাধিকাৰ সজ্জিত কৰাৰ বাবে ব্যাপক আলোচনাত মিলিত হোৱা।

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ দ্বাৰা সঞ্চালিত গুৱাহাটীৰ ৰোড শ্ব হৈছে সামুদ্রিক খণ্ডৰ অংশীদাৰসকলৰ বাবে সুযোগ মুকলি কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ।

আজিৰ ৰোড শ্ব’ত গুৱাহাটীস্থিত বাংলাদেশ দূতাবাসৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, বাংলাদেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ প্ৰাধিকৰণৰ যুটীয়া সচিব মহম্মদ ম’নোৱাৰ উজ জামান, ৰ’য়েল ভূটানীজ কনছুলেট জেনেৰেলৰ উপ-বাণিজ্য দূত (ভাইচ-কনছুল) ফুপা শ্বেৰিঙেও অংশগ্ৰহণ কৰে।

এই উপলক্ষে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণত কয়, “অভ্যন্তৰীণ জলপথে ভাৰতীয় অৰ্থনীতিৰ বিকাশত অভূতপূৰ্ব শক্তি প্ৰদান কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অভ্যন্তৰীণ জলপথ খণ্ডই যথেষ্ট উৎসাহ লাভ কৰিছে কিয়নো চৰকাৰে ২০১৪ চনৰ পৰা এই খণ্ডত ৫,২০০ কোটি টকাৰ বিনিয়োগ কৰিছে। বিগত ২৮ বছৰত কৰা বিনিয়োগতকৈ যোৱা ৯ বছৰৰ ভিতৰত চৰকাৰে কৰা বিনিয়োগৰ পৰিমাণ ২০০% তকৈ অধিক বৃদ্ধি হৈছে।

তদুপৰি, উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ১,৭০০ কোটি টকাৰ প্ৰকল্পৰ বিনিয়োগ কৰা হৈছে। পৰিবহণৰ এই দক্ষ, কম খৰচী আৰু পৰিৱেশ অনুকূল মাধ্যমটোৱে দেশৰ ভিতৰুৱা অঞ্চলসমূহৰ অর্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অভ্যন্তৰীণ জলপথত বিনিয়োগ কৰি আৰু আমাৰ সমৃদ্ধ তথা জটিল জলপথ প্রণালীক শক্তিশালী কৰি আমি এই উদ্যোগটোৰ বাবে এক সহযোগিতামূলক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ প্ৰক্ৰিয়াত নিৰৱচ্ছিন্নভাৱে লাগি আছোঁ যিয়ে আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতেও পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিব। এই অবিৰত প্ৰচেষ্টাই সকলো দেশৰ লগতে দক্ষিণ এছিয়া অঞ্চলতো ভাৰতৰ সম্পৰ্ক উন্নীত কৰি বৃহৎ বাণিজ্য আৰু অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰিব।

বন্দৰকেন্দ্ৰিক উন্নয়নৰ ভূমিকাৰ কথা উল্লেখ কৰি সৰ্বানন্দ সোণোৱালে কয়, “প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত আমাৰ চৰকাৰে ভাৰতীয় বন্দৰসমূহক বিশ্বমানৰ স্তৰলৈ লৈ যোৱাৰ লক্ষ্য ৰাখিছে। ইয়াৰ বাবে অধিক ঔদ্যোগিকৰণ, উৎপাদন বৃদ্ধি আৰু ব্যৱসায় কৰাৰ নীতিৰ সৰলীকৰণ আদিত গুৰুত্ব দিয়া হৈছে। সামুদ্রিক ক্ষেত্ৰত আমাৰ দেশখন এতিয়া দ্ৰুতগতিৰে আগুৱাই গৈছে।

দেশৰ এই অভূতপূৰ্ব পৰিৱৰ্তনৰ অংশ হিচাপে আমি ভাৰতীয়সকলে গৌৰৱ কৰিব পাৰোঁ। প্রধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত আমি কেৱল প্ৰয়োজনীয় দক্ষতাই নহয়, বিশ্বৰ মঞ্চত উৎকৃষ্ট হোৱাৰ শক্তিও অৰ্জন কৰিছোঁ। ভাৰতৰ বন্দৰসমূহৰ আধুনিকীকৰণৰদ্বাৰা উপকূলীয় সম্প্রদায়, উপকূলীয় জিলাসমূহৰো উন্নতি নিশ্চিত কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতীয় বন্দৰসমূহক বিশ্ব মানলৈ উন্নীত কৰিলে এক শক্তিশালী বন্দৰ-চালিত অর্থনৈতিক পৰিৱেশৰো সৃষ্টি হ’ব। “

তদুপৰি, সৰ্বানন্দ সোণোৱালে মহিলা উদ্যোগীসকলক সামুদ্রিক খণ্ডৰ সুযোগ-সম্ভাৱনা অন্বেষণ কৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।

গুৱাহাটীৰ দূতাবাসস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে সামুদ্রিক ক্ষেত্ৰত যোগাযোগ বৃদ্ধিৰ দিশত আঞ্চলিক সহযোগিতাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কিছুমান বন্দৰ প্ৰকল্পৰ গুৰুত্বৰ সন্দৰ্ভতো আলোকপাত কৰে যিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বৃদ্ধিত সহায় কৰিব। তেখেতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘গঙ্গা আমাৰ মা, পদ্মা আমাৰ মা, ও আমাৰ দুই চোখে দুই জলেৰ ধাৰা মেঘনা যমুনা’ৰ শাৰী উল্লেখ কৰি কয় যে নদীৰ মাজেৰে দুখন দেশৰ আন্তৰিক আৰু পাৰস্পৰিক সম্পৰ্কৰ মহত্ব আৰু গুৰুত্বৰ গুণ-গান কৰি সুধাকণ্ঠই জলপথৰ গৰিমাকো মহিমামণ্ডিত কৰি থৈ গৈছে।’

আজিৰ অনুষ্ঠানটোত আন্তঃগাঁথনি সম্পৰ্কীয় কাৰিকৰী অধিৱেশনসহ তিনিটা অধিৱেশন অনুষ্ঠিত হৈছিল য’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিশেষজ্ঞসকলে জলপথ সম্পর্কীয় বিভিন্ন চিন্তা-চৰ্চা আগবঢ়াইছিল।

বিশ্ব সামুদ্ৰিক ভাৰত সন্মিলন, ২০২০-ৰ মুখ্য অনুষ্ঠানৰ অংশ হিচাপে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে আয়োজন কৰা ৰোড শ্ব’ৰ শৃংখলাত গুৱাহাটীৰ ৰোড শ্ব’টো হৈছে পঞ্চম। মূল অনুষ্ঠানটো অহা ১৭-১৯ অক্টোবৰৰ ভিতৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে কলকাতা, মাংগালোৰ, বিশাখাপট্ৰনম আৰু গোৱাতো একেধৰণৰ ৰোড শ্ব’ৰ আয়োজন কৰা হৈছিল। গুৱাহাটীৰ পাছত চেন্নাই, ভুৱনেশ্বৰ, বাৰাণসী, কোচি, আহমেদাবাদ আৰু বাংগালোৰতো ৰোড শ্ব’ৰ পৰিকল্পনা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GLobal Maritime India SummitHOTEL REDISSON BLUMinister OF PortsRoad Showshipping And WterwaysUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d