Thift Arrested In Khanapara:বশিষ্ট আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ

theft 3

Thift Arrested In Khanapara:

মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ৷ বিশেষ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীৰ এটা দলে আজি খানাপাৰাত অৰ্তকিতে অভিযান চলাই দুই ম’বাইল চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

ধৃত চোৰ দুটা হ’ল মিলন চেত্ৰী ওৰফে হানি সিং (২২) – (খানাপাৰা) আৰু সুক্ষন আলী (২০) (সোণতলি) ৷ দুই চোৰৰ পৰা আইটেল কিপেড ফোন, Realme ফোন, ২এ প্লাছ আৰু Oppo ম’বাইল ফোন জব্দ কৰে ৷

Exit mobile version