Pabitra Margherita: নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰীক বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আদৰণি

WhatsApp Image 2025 02 20 at 6.14.18 PM

Pabitra Margherita: নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্ৰীক বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আদৰণি

ভাৰত ভ্ৰমণলৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং ট’বগেইক

আজি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উষ্ম আদৰণি জনায়।

উল্লেখ্য যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘School of Ultimate Leadership(SOUL)’ শীৰ্ষক সন্মিলনত অন্যতম বক্তা হিচাপে অংশগ্ৰহণ কৰিব ।

ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত-ভূটানৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

 

Exit mobile version