Youtuber Ashish Chanchalani:গুৱাহাটী আৰক্ষীৰ ক্রাইম ব্রাঞ্চত হাজিৰ বিতর্কিত ইউটিউবাৰ আশিস চঞ্চলানী

youtuber 1

Youtuber Ashish Chanchalani:

গুৱাহাটীৰ ক্রাইম ব্ৰান্সত হাজিৰ বহু বিতৰ্কিত ইউটিউবাৰ আশীষ চঞ্চলানীইউটিউবাৰ গৰাকীক ক্রাইম ব্ৰান্সৰ মাৰাথন জেৰা চলাই।

উল্লেখ্য যে,ইণ্ডিয়াজ গট টেলেন্ট’নামৰ অনুষ্ঠানটোত অশ্লীল মন্তব্য কৰিছিল আশীষ চঞ্চলানী সহ আন চাৰি ইউটিউবাৰে ৷ যাৰবাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত গুৱাহাটী ক্রাইম ব্ৰান্সে ৰুজু কৰিছিল পাঁচ ৫ ইউটিউবাৰৰ বিৰুদ্ধে ৷

আনহাতে গুৱাহাটী ক্রাইম ব্ৰান্সে আশীষ চঞ্চলানী সহ আন চাৰি ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ পিছতে থৰকাছুটি হেৰুৱাই চঞ্চলানীয়ে ৷ যাৰবাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈ ইতিমধ্যেই লাভ কৰে অগ্রিম জামিন ৷ এনে প্ৰেক্ষাপটত ক্রাইম ব্ৰান্সৰ কঠোৰ চমন লাভ কৰাৰ পিছত আজি ক্রাইম ব্ৰান্সত হাজিৰ হ’বলৈ বাধ্য হয় বিতৰ্কিত ইউটিউবাৰ গৰাকী ৷

Exit mobile version