Aiudf Mla Protest In Assembly Campus:মিঞা সন্দৰ্ভত মন্ত্ৰী অশোক সিংহালে কৰা বিৰ্তকিত মন্তব্যৰ প্ৰতিবাদত এআইইউডিএফ বিধায়কৰ বিধানসভাৰ চৌহদত উত্তাল প্ৰতিবাদ

aiudf protest

Aiudf Mla Protest In Assembly Campus:

অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে অলপতে মিঞা মানুহৰ বিৰুদ্ধে ঘৃণনীয় আৰু সংবিধান বিৰোধী মন্তব্য দিছিল। আজি এ আই ইউ ডি এফ দলে চলিত বাজেট অধিৱেনত এই প্ৰসঙ্গত তেওঁৰ পদত্যাগ দাবী কৰি সদনত বিশেষ অধিকাৰ ভংগৰ জাননী সংক্ৰান্তত আলোচনা কৰিব বিচৰা হয় যদিও অধ্যক্ষই এই প্ৰসংগত আলোচনা নকৰি সদন ২০ মিনিটৰ বাবে স্থগিত ৰাখে। পৰৱৰ্তী সময়ত পুনৰ সদন চলাত প্ৰতিবাদ সাব্যস্ত কৰাত এ আই ইউ ডি এফ দলৰ সকলো সদস্যক সদনৰ পৰা নিলম্বন কৰে।

 

ADVERTISEMENT
Exit mobile version